বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ , ‘ জনস্বৰাজ’আৰু মহানগৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত মহানগৰীত কৰ্মৰত একাংশ সাংবাদিকে মহানগৰীত দেওবাৰে গছপুলি বিতৰণ কৰে৷  

বিলাসীপাৰাত বিশ্ব পৰিবেশ দিৱস পালন

বিলাসীপাৰাত বিশ্ব পৰিবেশ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে আজি বিলাসীপাৰাতো  বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিলাসীপাৰা মহকুমাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,  স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰ আদিত বৃক্ষৰোপণ কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাই। বিধায়ক হুদাই ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাছানেৰ আলগা হাইস্কুল চৌহদত বৃক্ষৰোপণ কৰাৰ লগতে