সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন

সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে আজি সোণাৰিতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সোণাৰিৰ শিশু চেমনীয়াৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ উদ্যোগত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গোৱালাপথাৰ গাৱঁত আজি পুৱা এক বৃক্ষ ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথিকৃৎ গোষ্ঠীৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজে গোৱালাপথাৰ মধ্য

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

অলিম্পিক পদক বিজেতা লাভলীনা বৰগোহাঁইলৈ “ৰণাংগন সন্মান-২০২২”#

নিউজ ব্যুৰ’,নগাঁও,৫ জুন:–মধ্য অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক “ৰণাংগন সন্মান’’ প্ৰদান কৰি আহিছে ৷ এই বৰ্ষৰ “ৰণাংগন সন্মান’’ প্ৰদানৰ বাবে পাঁচজনীয়া নিৰ্বাচক মণ্ডলীয়ে অসমৰ ক্ৰীড়া জগত তথা তৰুণ প্ৰজন্মৰ আদৰ্শ স্বৰূপ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা