আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

আকৌ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা !

গুৱাহাটীৰ জি এচ ৰোডত ৰাতি সুৱামত্ত অৱস্থাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে লোৱা স্থিতিৰ বাবে আজিও সন্দেহৰ আৱৰ্তত মহানগৰ আৰক্ষী ৷ দিছপুৰ আৰক্ষীৰ নমনীয় স্থিতিৰ বাবেই জামিন লাভ কৰিলে ৰাজকন্যাই ৷ অতি মৰ্মান্তিক, ৰাজকন্যা বৰুৱা মহতিয়াই নিয়া 8 গৰাকীকৈ শ্ৰমিকৰ মাজৰ এগৰাকী অৱস্থাৰ এতিয়াও সংকটজনক ৷ শেহতীয়া তথ্য

Paris Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক

Paris Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক

দেওবাৰে L’Oréal Runway Showৰ 50 তম বাৰ্ষিকীত উপস্থিত থকা এ-লিষ্টাৰসকলৰ ভিতৰত আছিল Bollywood Diva ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan) । ঐশ্বৰ্যৰ সৈতে স্বামী অভিষেক বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনকো দেখিবলৈ পোৱা গৈছিল ৷ দুবছৰৰ অন্তত এইদৰে ফেশ্বন শ্ব’ত ভাগ ল’বলৈ পাই সুখী অনুভৱ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ পেৰিছত অনুষ্ঠিত হোৱা L’Oréal