মিজোৰ আক্ৰমণত আহত কাছাৰৰ আৰক্ষী অধীক্ষকৰ অৱস্থা অতি সংকটজনক

মিজোৰ আক্ৰমণত আহত কাছাৰৰ আৰক্ষী অধীক্ষকৰ অৱস্থা অতি সংকটজনক

সোমবাৰে অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ। মিজোৰ আক্ৰমণত আহত SP বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ অতি সংকটজনক অৱস্থাত SMCHত চিকিৎসাধীন হৈ আছে। সোমবাৰৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণত ভৰিত পাঁচটাকৈ গুলী লাগিছে আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্তৰ। ইতিমধ্যে আৰক্ষী অধীক্ষকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ সকলো

অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ, প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকী জোৱানে

অসম-মিজোৰাম সীমান্তত সংঘৰ্ষ, প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকী জোৱানে

অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত যুদ্ধসদৃশ পৰিস্থিতি। সীমান্তত মিজো দুৰ্বৃত্তৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছে অসমৰ ৬গৰাকী জোৱানে। টুইটাৰযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। I am deeply pained to inform that six brave jawans of @assampolice have sacrificed their lives while defending constitutional boundary of our state at the Assam-Mizoram border.

উৎকট গৰমত চিৰাঙত আকৰ্ষণৰ কেন্দ্ৰ হৈছে এটা জলপ্ৰপাত। ভূমেশ্বৰ পাহাৰৰ জলপ্ৰপাতে হাত বাউলি মাতিছে পৰ্যটকক।

উৎকট গৰমত চিৰাঙত আকৰ্ষণৰ কেন্দ্ৰ হৈছে এটা জলপ্ৰপাত। ভূমেশ্বৰ পাহাৰৰ জলপ্ৰপাতে হাত বাউলি মাতিছে পৰ্যটকক।

উৎকট গৰমে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। প্ৰচণ্ড গৰমত ক’লৈ যাও, কি কৰো অৱস্থা ৰাইজৰ। ইপিনে কোৰোণাৰ সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াত বন্ধৰ বাবে প্ৰকৃতিৰ মাজলৈও যাব পৰা নাই লোকসকল। ইয়াৰ মাজতে চিৰাং জিলাৰ এটা জলপ্ৰপাতে দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় লোকৰ। ভূমেশ্বৰ পাহাৰত সাধাৰণ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ চিৰাং