প্রথমবাৰ আত্মসমর্পণৰ পাছত একাংশ আৰক্ষীয়ে এন এল এফ বিৰ মুৰব্বী এম বাথাক বেয়া ব্যৱহাৰ কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত বাথাসহ এন এল এফ বিৰ কেডাৰসকলক সাক্ষাতৰ পূর্বে সংবাদ মাধ্যমৰ আগত তেওঁ কয়– ‘অসম আৰক্ষীয়ে কাৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব, সেয়া ৰাজনৈতিক
দক্ষিণ কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই দুজনকৈ দুধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা আৰক্ষীৰ দল এটাই ডকাইত দুজনৰ বিপৰীতে ৰুজু – ১২৮/২০, ১৫৩/২০ গোচৰৰ ভিত্তিত অভিযান চলাই আলোপতিচৰ আৰক্ষীৰ সহযোগত দুয়োকে ক্ৰমে কালাইৰদিয়া আৰু মাজৰচৰৰ নিজগৃহৰ পৰা আটক কৰে। জানিব পৰা মতে ডকাইতদ্বয় ক্ৰমে-বাঘবৰৰ আলোপতিচৰ আৰক্ষী
অশ্লীল ছবি নির্মাণ কৰি বিভিন্ন এপৰ জৰিয়তে তাক মুকলি কৰি দিয়াৰ অভিযোগত গ্রেপ্তাৰ হোৱা ৰাজ কুন্দ্রাৰ বাবে ৰিয়েলিটি শ্ব’ৰ পৰা আঁতৰি আছে বলীউডৰ অভিনেত্রী শিল্পা ছেট্টী। কেইবাখনো ৰিয়েলিটি শ্ব’ত বিচাৰকৰ দায়িত্বত আছিল মোহময়ী অভিনেত্রী শিল্পা ছেট্টী। এইবাৰ Super Dancer Chapter 4 ত শিল্পা ছেট্টীৰ অনুপস্থিতিত দেখা গ’ল অভিনেত্ৰী কৰিশ্মা কাপুৰক।
নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ কাৰ্য্যবাহী সঞ্চালকৰ কাৰ্য্যলয়ৰ পৰা পাঁচ কিঃমিঃ নিলগত অ’এন জি চিৰ পাইপ লাইনৰ বিজুতিৰ বাবেই হাহাকাৰৰ সৃষ্টি হৈছে অঞ্চলটোৰ কৃষক ৰাইজৰ । কৃষকৰ ভৰষাৰ থলী মেছাগড় বৰপথাৰৰ মলাগাঁও অংশত যোৱা কালি নিশাৰেপৰা পথাৰত বৈ পৰা প্ৰচুৰ খাৰুৱা তেলৰ প্ৰাদুৰ্ভাৱে ৰুই যোৱা মাটি কলা তেলৰ
Guwahati, July 23, 2021: Young Indians Guwahati Chapter, the youth arm of Confederation of Indian Industry (CII) today virtually launched a short video to congratulate and cheer the Indian contingent and Assam’s Lovlina Borgohain at the Tokyo Olympics 2021. Speaking about the initiative, Mr. Amrit Deorah, Co-chair, Yi Guwahati Chapter