দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন। ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত। ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন। বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত জুই

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত জুই

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত জুই । জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰী । আতংকিত যাত্ৰীয়ে চেইন টানি ৰখালে ৰাজধানী এক্সপ্ৰেছ । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ৰাখিল ৰাজধানী এক্সপ্ৰেছ । ৰাজধানী এক্সপ্ৰেছৰ চকাত জ্বলিছিল জুই । এচি ৩ টায়াৰৰ বি -৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই ।