গুৱাহাটীত বাঘৰ সন্ত্ৰাস

গুৱাহাটীত বাঘৰ সন্ত্ৰাস

গুৱাহাটীত বাঘৰ সন্ত্ৰাস। মহানগৰীৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত ৩জন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। তিনিওজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।

পহিলা জানুৱাৰীৰ পৰা কি কি নিয়ম মানি বিদ্যালয় খুলিব পাৰিব পঢ়ি জানি লওঁক

পহিলা জানুৱাৰীৰ পৰা কি কি নিয়ম মানি বিদ্যালয় খুলিব পাৰিব পঢ়ি জানি লওঁক

ৰাজ্যত ক’ভিড-১৯ৰ বাবে বিগত ৯ মাহ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পহিলা জানুৱাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ব।বিদ্যালয়সমূহ কিদৰে মুকলি কৰিব পৰা যাব,তাৰ বাবে শিক্ষাবিভাগে ইতিমধ্যে জাৰি কৰিছে এছঅ’পি। শিক্ষা বিভাগৰ প্ৰকাশিত নির্দেশ অনুসৰি বিদ্যালয়সমূহত উচ্চ প্ৰাথমিকৰ পৰা নিয়মিত পাঠদান আৰম্ভ হ’ব৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সপ্তাহত তিনিদিন পাঠদান