বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰীমা দাসলৈ VillageRockstars ছৱিৰ প্ৰমোশ্যনৰ বাবে চৰকাৰৰ ৫০লাখ টকাৰ অনুদান অসমতৰ ছৱিগৃহত VillageRockstars হ’ব কৰমুক্ত। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ গুৱাহাটী বিশ্ববিদ্যালয়ত আবতৰীয়া দিপাৱলী। উখল মাখল বিশ্ববিদ্যালয় চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। আছুৰ দখলত স্নাতকোত্তৰ ছাত্ৰ একতা # সভাপতি পদত বিজয়ী লাকীমণি বৰুৱা # সাধাৰণ সম্পাদক পদত বিজয়ী নয়নজ্যোতি গগৈ # সহকাৰী সম্পাদক পদত জয়ী হেলেনা স্বৰ্গীয়াৰী # উপ-সভাপতি পদত জয়ী
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ সদৌ অসম সাহিত্য সন্মিলনীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনলৈ ‘অসম অভিনয় ৰত্ন’ বঁটা ঘোষণা কৰিছে। বিশিষ্ট অভিনেতা আদিল হুছেইন অসমলৈ অহাৰ সময়তে প্ৰদান কৰা হ’ব এই বঁটা। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ অৰ্জুন বঁটাৰে বিভূষিত হল স্বৰ্ণকন্যা হিমা দাস। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে হিমাই। এছিয়ান গেম্ছত তিনিটাকৈ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা হিমা দাসৰ এই অভিষেকত উত্ফুল্লিত সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী। NATIONAL DESK, GUWAHATI TIMES
One of the top football leagues in the country, Indian Super League is all set to thump the hearts of it’s lovers for the 5th time. According to sources,The inaugural function of the 5th ISL will be held inside the Salt Lake stadium, Kolkata on 29th September. The teams Atletico