আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ সীমাহীন উত্কণ্ঠা গুৱাহাটী বিশ্ববিদ্যালয়ত। আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা। আজি কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচিত হ’ব নতুন প্ৰতিনিধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী

দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত।

  বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত। শৰণীয়া পাহাৰৰ ওপৰত উত্তোলন হবলগীয়া দেশৰ ভিতৰতে তৃতীয় উচ্চতম পতাকা হিচাপে চিহ্নিত হ’বলগীয়া পতাকাখনৰ উচ্চতা ৩০০ ফুট। গুৱাহাটী স্মাৰ্টচিটীৰ এক প্ৰকল্পৰ অধীনত টাটা কনছাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডে প্ৰস্তুত কৰিছে পতাকাখন। উলুবাৰীৰ পৰা হীৰক

আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি।

আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি।

  আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আজি প্ৰতিলিটাৰ পেট্ৰলত ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ পইচাকৈ বৃদ্ধি পাইছে। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৫.৩০ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৭.৫০ টকা।

নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷

নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ নগাঁও আদালতত পুনৰ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মানহানি গোচৰ ৷ ১৯ ছেপ্টেম্বৰত এখন সংবাদমেলত অনিল ৰাজাই ৰকিবুলৰ বিৰুদ্ধে বহু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ আনিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুলে ৷ যাৰ বাবে নগাঁও আদালতত সোমবাৰে ৮৭৬/১৮ নম্বৰত ৰাজাৰ বিৰুদ্ধে এক মানহানি গোচৰ