A unit of Walmart Inc. Flipkart may get it’s new group Chief Eexecutive Officer in the next few days as the current group CEO and the co founder of Flipkart Binny Bansal is not actively involved in the daily operations of the organisation. According to sources, although Mr. Bansal is
After seven day long Ganapati festival thousands of dead fishes were noticed on the beaches of Mumbai. According to sources, immersion of Ganesha idols with harsh chemicals and plaster of paris along with other non environment friendly materials were one of the main reasons behind the death of the sea
Guwahati Times গুৱাহাটী টাইমচ কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল। মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে অনুষ্ঠিত ভোট যুদ্ধত প্ৰতিদ্বন্দিতা কৰে ২৯গৰাকী প্ৰাৰ্থীয়ে। কাইলৈ ঘোষণা কৰা হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ মহানগৰীৰ যোৰাবাটৰ ১০ মাইলত হঠাৎ দাও-দাওকৈ জ্বলি উঠিল চাহপাত ভৰ্ত্তি ট্ৰাক এখন। আমিনগাৱঁৰ পৰা নগাঁও অভিমুখে গৈ আছিল চাহপাত ভৰ্ত্তি ট্ৰাকখন । লগে লগে ট্ৰাকখনৰ কেবিন জুইত জ্বলি যায়। খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত যোৰাবাট আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় যদিও যথেষ্ট পৰিমাণে
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ অন্য এক ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। প্লে’ কাৰ্ড লৈ বিধানসভালৈ আহিল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। ‘MY LORD DO NOT DISCRIMINATE YOUR OWN CHILDREN’- ন্যায়াধীশক উদ্দেশ্যি লিখি NRCক লৈ উচ্চতম ন্যায়ালয়ৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা যায়। অসম বিধানসভাৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট,