Grand Flag-Off from Kolkata Marks the Start of the North East Integration Rally, Championing Peace, Progress and Prosperity

Grand Flag-Off from Kolkata Marks the Start of the North East Integration Rally, Championing Peace, Progress and Prosperity

North East Integration Rally Flagged Off from Kolkata, Emphasises Peace, Progress and Prosperity The North East Integration Rally was formally flagged off from Kolkata on January 4, marking the beginning of a month-long journey aimed at strengthening regional integration, unity, and people-to-people ties across the North Eastern states of India.

জয়ন্ত মল্ল বৰুৱা দিছপুৰত থাকিলেও পাহৰি যোৱা নাই শিপা

জয়ন্ত মল্ল বৰুৱা দিছপুৰত থাকিলেও পাহৰি যোৱা নাই শিপা

আজি অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত যি কাম হৈছে, তেওঁৰ পূৰ্বে বহুতো লোকে কৰিব নোৱাৰিলে বা কৰিব বিচৰা নাছিল।   মন্ত্ৰীগৰাকীয়ে নলবাৰী আৰু নামনি অসমৰ এজন মহান নেতা প্ৰয়াত নগেন শৰ্মাৰ স্মৃতিত সন্মান জনাই তেখেতে সেৱা আগবঢ়োৱা আৰু ভাল পোৱা নলবাৰী চহৰখনত এক স্থায়ী স্মৃতি স্থান নিৰ্মাণৰ ব্যৱস্থা কৰে।