মহানগৰীৰ পাশ্বৱৰ্তী ৰাণীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰাণীগেটৰ বিএছ এফ চাউনিৰ সন্মুখৰ পথেদি তীব্ৰবেগত আহি থকা ট্ৰাকে এখনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক। দুৰ্ঘটনাটোত থিতাতে নিহত এগৰাকী মহিলা। আনহাতে আহত আনজন ব্যক্তিক জিএম চি এইছলৈ লৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে গুৰুত্বৰভাৱে আহত ব্যক্তিজনৰ অৱস্থা সংকটজনক ৷
মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী -সহায়িকাৰ মাহিলী পাৰিশ্ৰমিক ৯৬০০ টকালৈ বৃদ্ধি কৰা, অহা ১০ দিনৰ ভিতৰত ৰান্ধনী -সহায়িকাসকলৰ সমস্যা সম্পৰ্কত কেবিনেটত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা, ১০ দিনৰ ভিতৰত মাহিলী বকেয়া ধন মুকলি কৰা আদি দাবীত দেওবাৰে কোকৰাঝাৰত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাই ব্যাপক প্ৰতিবাদী
উৎকোচ লৈ এইবাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁৱৰ আৰ এছ এছ নেতাৰ পত্নী তথা খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তী। হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালী চক্ৰৱৰ্তীক দেওবাৰে বিয়লি মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কঠিয়াতলীৰ পৰা আটক কৰে। হোজাইৰ বিনাকান্দি খণ্ড
কইনাধৰাৰ হত্যাকাণ্ডত জড়িত ৩ অভিযুক্তক গ্রেপ্তাৰ ক্রাইম ব্রান্সৰ। জনৈক গোৱেংকা উপাধিৰ যুৱকৰ দ্বাৰা সংঘটিত হৈছিল এই হত্যাকাণ্ড। অভিযোগ অনুসৰি গায়িত্রী সিনহাৰ চতুৰ্থ প্রেমিক আছিল গোৱেংকা উপাধিধাৰী ব্যক্তিগৰাকী। হত্যাকাণ্ডৰ বাবে বিহাৰৰ পৰা আনিছিল পিষ্টলটো। ইয়াৰে দুজনক আঠগাঁও আৰু ভৰলুৰ পৰা গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰান্সে। মাৰণাস্ত্র যোগান ধৰা যুৱকজনকো গ্রেপ্তাৰ কৰাৰ লগতে
পেলেষ্টানক সমৰ্থিত পোষ্ট কৰাৰ বাবে আটক এজন যুৱক। হোৱাটছএপত পেলেষ্টাইনক সমৰ্থন কৰি ষ্টেটাচ দিয়া বাবে কৰ্নাটকৰ বিজয়নগৰ আৰক্ষীয়ে আটক কৰে আলম পাশা নামৰ ২০ বছৰীয়া যুৱকগৰাকীক। আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে, মুছলিম সংখ্যাগৰিষ্ঠতা অঞ্চলটোৰ লোকসকলে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ সময়ত পেলেষ্টাইনক সমৰ্থন কৰিছিল। ইয়াৰ লগতে যুৱকজনে ৰাষ্ট্ৰ বিৰোধী ভিডিঅ’ আপলোড কৰিছিল। ইয়াৰ