মেষ ৰাশি: আপুনি আজি যথেষ্ট আৱেগিক হৈ থাকিব। আপুনি মাতৃৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ’ব পাৰে। খাদ্য আৰু টোপনিত অনিয়ম হ’ব। শিক্ষাৰ্থীসকলৰ বাবে সময় মজলীয়া হ’ব। মানসিক শান্তিৰ বাবে আধ্যাত্মিকতাৰ আশ্ৰয় ল’ব পাৰে। ৰিয়েল ইষ্টেট সম্পৰ্কীয় আলোচনা পৰিহাৰ কৰা উচিত। বৃষ ৰাশি: আজি দিনটো আপোনাৰ সুখেৰে পাৰ হ’ব। আপুনি অতি আৱেগিক
বেয়া মদ খোৱাৰ বাবে মানুহৰ সোনকালে মৃত্যু হৈছেঃ হিমন্ত বিশ্ব শৰ্মা
ছিকিমত সন্ধানহীন এগৰাকী ভাৰতীয় সেনাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰ বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ মিটু কলিতাৰ। আজি বিয়লিলৈ বাসগৃহলৈ অনা হ’ব মৃতদেহ। সামৰিক মৰ্যাদাৰে সম্পন্ন হ’ব সেনা জোৱানগৰাকীৰ অন্ত্যেষ্টিক্রিয়া।
জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা! কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ শুকুৰবাৰে দীঘলী পুখুৰীত চিলিণ্ডাৰ বিস্ফোৰণৰ হোৱাৰ পিছতে জি এম চি কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা। কোনো কাৰণতে দীঘলী পুখুৰীত পাৰত খুলিব নোৱাৰিব দোকান-পোহাৰ। জিলা প্ৰশাসনৰ নিয়ম নমনাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিদেৰ্শনা পোৱাৰ পিছতে ক্ষুদ্র
সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে। শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে। কিছু নিৰ্দেশ সামান্য, যেনে, স্নান কৰিয়েই পূজা স্থানলৈ যোৱ, চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে