23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

কামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

Assamese Newsকামাখ্যা দৰ্শন বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ!

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিশ্বজয়ী হৈ অসমলৈ উভতি বক্সাৰ লাভলীনা বৰগোহাঁই দৰ্শনৰ বাবে শক্তিপীঠ কামাখ্যালৈ যায়। বক্সাৰগৰাকীয়ে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবলৈ দেৱালয়ত উপস্থিত হয়। লাভলীনাই পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়ালে।

উল্লেখ্য যে, শেহতীয়াকৈ আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল লাভলীনাই। স্বৰ্ণ জয় কৰাৰ পাছত বক্সাৰগৰাকী আজি পুৱা গুৱাহাটীত উপস্থিত হৈছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!