Ugratara Temple’s Metallic Lamp Recovered from a scrap yard in Chabipul, Guwahati. Police is yet to find the Main Idol. Police said, thieves have admitted of throwing idol into Brahmaputra River. Police are yet to acknowledge the truth.
Year: 2018
Xiaomi Redmi Note 6 Pro, the newest mid-range smartphone from the Chinese smartphone maker, went on its first sale today at 12:00PM IST. The company confirmed that it sold 600,000 units of Redmi Note 6 Pro during the first sale and announced that it will hold second sale at 3:00PM.
নগাঁও চহৰৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ সমীপতে আজি দুপৰীয়া প্ৰায় ১.৩০ বজাত ৰেল আলিত এগৰাকী মহিলাৰ মৃতদেহ ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে। নিহত মহিলা গৰাকীক বাতৰি যুগুটুৱা সময়লৈকে চিনাক্ত কৰিব পৰা নাই আৰু মহিলা গৰাকীয়ে আত্মহত্যা কৰিছেনে দুৰ্ঘটনাবশত: ৰেলে কাটিছে ই ৰেল আৰক্ষীৰ তদন্তত প্ৰকাশ পাব। সম্প্ৰতি ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
নগাঁৱৰ ছিলঙনীত বন্যহস্তীৰ সন্ত্ৰাস । খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা দুই বন্যহস্তীয়ে সন্ত্ৰাস চলালে নগাঁৱৰ ছিলঙনী অঞ্চলত । লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তী দুটাই নগাঁৱৰ ছিলঙনী অঞ্চলৰ লগতে ভকতগাঁও , চলচলি আদিকে ধৰি কেইবাখনো গাঁৱৰ পথাৰৰ ধান খেতি খাই তহিলং কৰে
কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়াক লৈ খৰ্গহস্ত হৈ এচাম লোকে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই জুৰীয়া শিয়াল মাৰিত এটি কাৰ্য্যালয় স্থাপন কৰে ৷ উক্ত নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্য্যালয়ৰ সন্মুখতে কংগ্ৰেছ দলেও এটি কাৰ্য্যালয় স্থাপন কৰে ৷ যোৱা নিশা এই কংগ্ৰেছ কাৰ্য্যালয়তে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ উপস্থিতিতে এচাম লোকে নুৰুল হুদা গৈ বেক