Year: 2020

 বি টি আৰ’ত হাগ্ৰামাৰ দাদাগিৰি নচলিবঃ হিমন্ত বিশ্ব শৰ্মা

 বি টি আৰ’ত হাগ্ৰামাৰ দাদাগিৰি নচলিবঃ হিমন্ত বিশ্ব শৰ্মা

বি টি আৰ’ত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীক চোকা ভাষাৰে সমালোচনা কৰে।  হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব, পোন্ধৰ বছৰে তেওঁ দাদাগিৰি চলালে বুলি কয় ড০ শৰ্মাই। লগতে ড- শৰ্মাৰ মন্তব্য—“লাফিকুল হত্যাৰ তদন্ত CBI ক দিয়া হৈছে, আমি ২-৩ মাহৰ ভিতৰত হত্যাকাৰী চিনাক্ত

অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ এডমিট কার্ড ডাউনলোড কৰক এই লিংকত

অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ এডমিট কার্ড ডাউনলোড কৰক এই লিংকত

অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। যাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তি ব’ৰ্ডে আজিৰে পৰা পুনৰ মুকলি কৰিছে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ। সেই অনুসৰি, পৰীক্ষাৰ্থিসকলে নিযুক্তি ব’ৰ্ডৰ অফিছিয়েল ৱেবছাইট—slprbassam.in.ত গৈ নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা

উকা হ’ল হৰধন ৰায়ৰ পত্নীৰ কপাল…মেধিপাৰা গাঁৱত মাথো কান্দোনৰ ৰোল

উকা হ’ল হৰধন ৰায়ৰ পত্নীৰ কপাল…মেধিপাৰা গাঁৱত মাথো কান্দোনৰ ৰোল

গুৱাহাটীঃ আপোন ঘৰখনলৈ উভতি আহিছে তেওঁ। এই ঘৰখনকলৈয়ে তেওঁৰ আছিল বহু সপোন। পত্নী, ডেৰ বছৰীয়া পুত্ৰ সন্তানটিক লৈ ভৱিষ্যতৰ কত পৰিকল্পনা। এইবাৰ ছুটীত আহিলেই ভনীয়েকৰ বিয়াৰ যা-যোগাৰ কৰাৰ কথা আছিল। বৃদ্ধ পিতৃ-মাতহালে হেঁপাহেৰে অপেক্ষা কৰি থাকিছিল সৈনিক পুত্ৰলৈ। তেওঁ উভতি আহিল। জাতীয় পতাকাৰে মেৰিওৱা কফিনৰ বুকুত  প্ৰাণহীন শৰীৰৰ ৰূপত। নিয়ন্ত্ৰণ