Month: August 2021

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

ৰাজ্যত আৰম্ভ হৈছে বিধানসভাৰ উপ–নির্বাচনকেন্দ্রিক্ তৎপৰতা৷ শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্রেছে ইতিমধ্যে উপ–নির্বাচনক লৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷ বিজেপিয়ে মিত্রদল ইউপিপিএলৰে আসন বুজাবুজিৰে উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰাৰ বিপৰীতে কংগ্রেছে এইবাৰ অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

পুনৰ মুকলি হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ

ক’ভিডে ধাৰণ কৰা ভয়াৱহ ৰূপৰ বাবে শেহতীয়াকৈ তিনিমাহ বন্ধ ৰখাৰ অন্তত পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা পুনৰ মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ দ্বাৰ ৷ ৰাজ্য চৰকাৰৰ নতুন ক’ভিড নিৰ্দেশনা আনুসৰি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন বুধবাৰৰ পৰা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে ঐতিহাসিক শিৱদৌলৰ প্ৰৱেশ দ্বাৰ

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে জিলিকিছে বিশাল চাংমাই

 অসমবাসীৰ বাবে ক্ৰীড়াক্ষেত্ৰত আন এক সু-খবৰ ৷ বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগীতাত (World Youth Archery Championship) জিলিকিছে অসম সন্তান ৷ পোলেণ্ডৰ ৱৰক্লঅ’ত অনুষ্ঠিত হোৱা বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ মিলনপুৰৰ নিৱাসী বিশাল চাংমায়ে বোকাখাতৰ মিলনপুৰৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ বিশালে বিশ্ব