অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি(Price Hike)ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ(Protest) অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহে ৷ বুধবাৰে টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ আৰু লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে
Month: August 2021
অনলাইনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষী অপৰাধ শাখাই মহিলাসহ তিনিজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনলাইনত গুৱাহাটীৰ বিলাসী হোটেলত দেহ ব্যৱসায় চলোৱা সন্দর্ভত অপৰাধ শাখাই ৰুজু কৰা ০৯/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই মাষ্টাৰ মাইণ্ড মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ, পাণবজাৰৰ মিনার্ভা হোটেলৰ মেনেজাৰ নয়নমণি পাটোৱাৰী
বিটিআৰ পৰষদীয় চৰকাৰ গঠন হোৱা প্ৰায় ৬ মাহত কৈ অধিক দিন পাৰ হ’ল।কিন্তু!! “২০২০ চনৰ ২৭ জানুৱাৰীত সাক্ষৰিত হোৱা ঐতিহাসিক বড়ো শান্তি চুক্তি (BTR Accord) ৰ ৬.৩ দফাত উল্লেখিত বিটিআৰত থকা সকলোবোৰ অপ্ৰাদেশীকৰণ স্কুল,কলেজ, প্ৰাদেশীকৰণ বা চৰকাৰীকৰণ কৰা হ’ব। যাৰ বাবে অপ্ৰাদেশীকৰণ শিক্ষক সকলে বিটিআৰ চুক্তিক পূৰ্ণ সমৰ্থনৰে আদৰী লৈছিল।কিন্তু
পাণবজাৰ আৰক্ষীয়ে আজি লাখটকীয়াত অভিযান চলাই ড্রাগ্ছসহ ৬ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত লাখটকীয়াত অভিযান চলাই আয়ান বৰা, আব্দুল ছোলেমান, দেবাংগ দাস, অমৰ ৰায়, ৰছিদুল আলি আৰু এগৰাকী মহিল ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ১০ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে
আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সমীপৰ জাগুন পথাৰ গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ এডাল তেল পৰিবাহী পাইপলাইনত ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত বাতৰি মতে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা তথা সোপাঢিলা স্বৰূপৰ বাবেই বিগত কেইবাদিনোধৰি উক্ত পাইপডাল