Year: 2021

দুদিনীয়া ভ্ৰমনসূচীৰে কাৰ্বি আংলঙত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বিধানসভাৰ জনগোষ্ঠীয় এটা বৃহৎ প্ৰতিনিধিৰ দ’ল।

দুদিনীয়া ভ্ৰমনসূচীৰে কাৰ্বি আংলঙত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বিধানসভাৰ জনগোষ্ঠীয় এটা বৃহৎ প্ৰতিনিধিৰ দ’ল।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “জনজাতীয় বিশ্বাস আৰু সংস্কৃতি” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে জনজাতীয় লোকসকলৰ ভাষা-সংস্কৃতি, পৰম্পৰাগত খাদ্য, সাজ-পোছাক, আদিৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপক অনুসৰি অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সমগ্ৰ অসমতে সিচৰিত হৈ থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় নেতা তথা বয়োজেষ্ঠ ব্যক্তি সকলক সাক্ষাৎ কৰি কলা- সংস্কৃতি সংৰক্ষণৰ

পুনৰ খুলিল শিক্ষানুষ্ঠানৰ দুৱাৰ : উৎফুল্লিত শিক্ষক-শিক্ষাৰ্থী

পুনৰ খুলিল শিক্ষানুষ্ঠানৰ দুৱাৰ : উৎফুল্লিত শিক্ষক-শিক্ষাৰ্থী

দীৰ্ঘদিনৰ পিছত খুলিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । কিয়নো সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে কলিয়াবৰৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷ সম্পূৰ্ণ ক’ভিড বিধি মানি শিক্ষানুষ্ঠানত ইতিমধ্যে আৰম্ভ কৰা হৈছে পাঠদান । দীৰ্ঘদিনে অতিমাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে বন্ধ

ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব CTET-২০২১

ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব CTET-২০২১

১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (CTET) । এইবাৰ কম্পিউটাৰ মাধ্যমেৰে (Computer Based Test) অনুষ্ঠিত হ’ব এই পৰীক্ষা । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰে মতে, এই পৰীক্ষা প্ৰায় ২০ টা ভাষাত অনুষ্ঠিত কৰা হ’ব ৷ পৰীক্ষাৰ সঠিক তাৰিখ প্ৰাৰ্থীৰ প্ৰৱেশ পত্ৰত উল্লেখ

নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

  নৱেম্বৰৰ মাজভাগৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(Central Board of Secondary Education) দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷ 90 মিনিট জুৰি চলিবলগীয়া এই পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব আৰু শিক্ষাৰ্থীসকল নিৰ্দিষ্ট

চৰ-চাপৰিৰ লোকৰ বাবে লাগে OBC ৰ স্বীকৃতি

চৰ-চাপৰিৰ লোকৰ বাবে লাগে OBC ৰ স্বীকৃতি

এইবাৰ চৰ চাপৰিত বসবাস কৰি অহা লোক সকলক অন্যান্য পিছপৰা শ্ৰেণী (অ’ বি চি) ত অন্তৰ্ভুক্ত কৰাৰ দাবী উঠিছে । কোনো ৰাজনৈতিক মঞ্চত এই দাবী উত্থাপিত হোৱা নাই । উত্থাপন হৈছে সংসদত । স্বাভাৱিকতে এনে দাবীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বিগত ১৭