Year: 2021

অনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ ৩ বছৰে দিছপুৰে কেন্দ্রক নিদিলে প্রতিবেদন

অনিশ্চয়তাত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণঃ ৩ বছৰে দিছপুৰে কেন্দ্রক নিদিলে প্রতিবেদন

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ বর্তমানেও অব্যাহত আছে অনিশ্চয়তা৷ বিগত সময়ছোৱাত ৬ জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে জনজাতিকৰণৰ দাবীৰ সপক্ষে আন্দোলন অব্যাহত ৰাখিছে যদিও এইক্ষেত্রত কার্যতঃ কেন্দ্র–ৰাজ্য চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই৷ এই কথা কার্যতঃ সোমবাৰে স্পষ্ট হ’ল

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

পাহাৰীয়া জিলাত বৈধ হ’ব কয়লা খনন

পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ কয়লা আৰু খনিজাত সামগ্ৰীক লৈ এতিয়াৰ পৰা ৰাজ্য চৰকাৰ আৰু দুই পাৰ্বত্য জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ মাজত থকা হেঙাৰ আঁতৰ হ’ল ৷ জিলাখনৰ ভূগৰ্ভত থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কয়লা আৰু খনিজাত সামগ্ৰীকলৈ সোমবাৰে ডিফুৰ বৃক্ষ আৰু শিল্প কেন্দ্ৰত ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ তথা খনি

20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

20 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিড

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত থকা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ যাৰ বাবে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত ক’ভিডৰ আতংকৰ সৃষ্টি হৈছে | ইফালে, বৰ্তমান বিশ্ববিদ্যালয়ত চলি আছে বিশ্ববিদ্যালয় সপ্তাহ । তাৰ মাজতে বিশ্ববিদ্যালয়ৰ ২০

15 ঘন্টীয়া অভিযানত আটক 17 গৰাকী বাৰ ডেন্সাৰ

15 ঘন্টীয়া অভিযানত আটক 17 গৰাকী বাৰ ডেন্সাৰ

এখন বাৰত 15 ঘন্টাজুৰি চলিল আৰক্ষীৰ অভিযান ৷ অভিযানৰ অন্তত 17 গৰাকীকৈ বাৰ ডেন্সাৰ আৰু তিনিগৰাকী কৰ্মচাকীক আটক কৰিলে আৰক্ষীয়ে ৷ ক’ভিড প্ৰট’কল ভংগৰ অভিযোগ উঠিছিল এই বাৰখন বিৰুদ্ধে ৷ যাৰ বাবে দীৰ্ঘসময় ধৰি বাৰখনত চলিল আৰক্ষীৰ অভিযান ৷ দীপা নামৰ এই বাৰখন আছে মহাৰাষ্ট্ৰৰ আন্ধেৰী অঞ্চলত ৷ এটা বেচৰকাৰী

পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ স্বামীৰ

লখিমপুৰৰ ৰঙাজানত সংঘটিত হৈছে এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা । জানিব পৰা মতে, লখিমপুৰৰ ৰঙাজানত শোৱাপাটীতে নিজৰ পত্নীসহ পত্নীৰ বায়েকক এচিডেৰে আক্ৰমণ কৰে স্বামীয়ে ৷ অভিযোগ অনুসৰি, যৌতুকৰ বাবেই এই ঘটনা সংঘটিত কৰিছে মহিলা গৰাকীৰ স্বামীয়ে ৷ পৰিয়ালৰ লোকে সদৰী কৰা মতে, এচিড আক্ৰমণৰ ঘটনা সংঘটিত কৰা লোক গৰাকীৰ নাম