Month: March 2023

যোগীঘোপাত ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক

যোগীঘোপাত ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক

যোগীঘোপাত জনপ্ৰিয় ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক। যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰাই আটক কৰে মোস্তাফিজুৰ ৰহমানক। যোগীঘোপাৰ চটপাৰাৰ পৰা আটক কৰে তেওঁক ।মোস্তাফিজুৰৰ বিৰুদ্ধে ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইন বিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াই যোগীঘোপা থানাত দাখিল কৰে এজাহাৰ । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয় তদন্ত আৰম্ভ কৰিছে

ঘৰুৱা এলিপিজিৰ ৫০ টকাকৈ দাম বৃদ্ধি!

ঘৰুৱা এলিপিজিৰ ৫০ টকাকৈ দাম বৃদ্ধি!

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিলোগ্ৰাম ঘৰুৱা তৰলীকৃত পেট্ৰলিয়াম গেছ (এল পি জি) চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে। শেহতীয়া সংশোধনৰ লগে লগে দিল্লীত আজিৰে পৰা প্ৰতি চিলিণ্ডাৰৰ দাম হ’ব ১১০৩ টকা। লগতে ১৯ কেজিৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে

কিয় আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰিলে  ধনী Youtuber মোস্তাফিজুৰ ৰহমানক

কিয় আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰা আটক কৰিলে ধনী Youtuber মোস্তাফিজুৰ ৰহমানক

মঙ্গলবাৰে যোগীঘোপাত জনপ্ৰিয় ইউটিবাৰ মোস্তাফিজুৰ ৰহমানক আটক। যোগীঘোপা আৰক্ষীয়ে শ্বুটিংস্থলীৰ পৰাই আটক কৰে মোস্তাফিজুৰ ৰহমানক। যোগীঘোপাৰ চটপাৰাৰ পৰা আটক কৰে তেওঁক ।মোস্তাফিজুৰৰ বিৰুদ্ধে ভিডিঅ প্ৰস্তুত কৰোতে শিশুক আইন বিৰুদ্ধভাবে ব্যৱহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াই যোগীঘোপা থানাত দাখিল কৰে এজাহাৰ । ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয় তদন্ত আৰম্ভ

মায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

মায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

মহানগৰীৰ শিলসাকোত চলা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কোনো প্ৰকল্প নিৰ্মাণৰ বাবে শিলসাকোত উচ্ছেদ চলা নাই। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাবে উচ্ছেদ চলাবলৈ বাধ্য হৈছো। ৰাইজে সমৰ্থন দিব লাগে এনে উচ্ছেদ কাৰ্যত। আৰ্থিক সাহায্যৰ পেকেজ এটা ঠিক কৰি থৈছো, উচ্ছেদৰ

কেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান …

কেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান …

জিঞ্জাৰ, টেনিচ কৰ্ট, অমিয় কুমাৰ দাস প্ৰতিষ্ঠানত চলিব উচ্ছেদ ৷ এয়াই নহয় একেদৰে উচ্ছেদ চলিব বদৰুদ্দিন আজমলৰ ভূমিত ৷ এমাহ, দুমাহৰ ভিতৰত শিলসাকো বেদখল মুক্তৰ লক্ষ্য চৰকাৰৰ ৷ বুধবাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পিছতে উচ্ছেদ চলিল কোচ ৰাজবংশীৰ কাৰ্যালয় চিলাৰায় ভৱনত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভৱনটোৰ আধাৰশিলা আৰু মুকলি কৰিছিল