বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীক লৈ নগাঁৱৰ গেদাৰবড়িত উত্তপ্ত পৰিস্থিতি…

1 min read

👉বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীক লৈ নগাঁৱৰ গেদাৰবড়িত উত্তপ্ত পৰিস্থিতি

👉গেদাৰবড়ি মধ্য ইংৰাজী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী হয় ক’লা বজাৰত

👉ৰাইজে জব্দ কৰিলে দোকানত বিক্ৰী কৰিবলৈ নিয়া চাউল

👉ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰভাত নাথ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হীৰেন্দ্ৰ বৰুৱাৰ বিৰুদ্ধে চাউল বিক্ৰীৰ অভিযোগ

👉বিদ্যালয়ৰ ছয় বস্তাকৈ চাউল বিক্ৰীৰ বাবে ই-ৰিক্সাত নি থাকোতেই জব্দ কৰে ৰাইজে

👉নগাঁৱৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এই অনিয়মক লৈ সোচ্চাৰ ৰাইজ

👉ৰাইজৰ অভিযোগৰ ভিত্তিত বিদ্যালয়ত উপস্থিত আৰক্ষীৰ দল

👉ঘটনা সন্দৰ্ভত জাজৰি আৰক্ষীৰ তদন্ত

👉সোধ-পোচৰ বাবে আৰক্ষীয়ে থানালৈ তলব কৰে প্ৰধান শিক্ষক আৰু সভাপতিক

You May Also Like

More From Author