Author: GTM Desk

শিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

শিৱসাগৰৰ মেঘা মজুমদাৰৰ বাণিজ্য শাখাত অষ্টম স্থান

শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত অষ্টম স্থান দখল মেঘা মজুমদাৰৰ ৷ শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মেঘা ৷ শিৱসাগৰ নগৰৰ বাবুপট্টিত বাস কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীগৰাকীয়ে ৷ পিতৃ দিলীপ

চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে

ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত হৰপ্ৰীত কৌৰৰ দ্বিতীয় স্থান ৷ মুঠ 468 নম্বৰ লাভ হৰপ্ৰীতৰ ৷ শিৱসাগৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সোণাৰিলৈ গৌৰৱ কঢ়িয়ালে হৰপ্ৰীত কৌৰে ৷ 468 নম্বৰ সহ অসমৰ ভিতৰতে বাণিজ্য শাখাত দ্বিতীয় স্থান লাভ কৰিলে হৰপ্ৰীতে ৷

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান

কলা শাখাত কলিয়াবৰৰ নম্ৰতা বৰুৱাৰ নৱম স্থান ৷ মুঠ 467 নম্বৰ লাভ নম্ৰতাৰ ৷ কলিয়াবৰ, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলিয়াবৰৰ নম্ৰতা বৰুৱাই দখল কৰিছে নৱম স্থান ৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল নম্ৰতা ৷ কলা শাখাত কলিয়াবৰৰ নম্ৰতা

বাণিজ্য শাখাত ষষ্ঠ স্থানত নগাঁৱৰ কাৰ্তিক ধাৰীৱাল

বাণিজ্য শাখাত ষষ্ঠ স্থানত নগাঁৱৰ কাৰ্তিক ধাৰীৱাল

নগাঁও,25 জুনঃ বাণিজ্য শাখাত ষষ্ঠ স্থান লাভ কৰি নগাঁৱৰ ভাৰতী বিদ্যাপীঠৰ কাৰ্তিক ধাৰীৱালে সুনাম কঢ়িয়াই আনিছে ৷ ক্ৰিকেট খেলি ভাল পোৱা কাৰ্তিকে দৈনিক চাৰি পাঁচ ঘণ্টাকৈ অধ্যয়ন কৰিছিল।

শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল

শিৱসাগৰত যুৱতীয়ে জাপ দিলে দিখৌ নদীতঃ কাৰণ ফলাফল

গুৱাহাটী: যোৱা বাৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ পিচত পুনৰ পৰীক্ষা দিছিল,কিন্তু এইবাৰো ৰজনীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাত ভয় আৰু লাজত এনে পন্থা গ্ৰহণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । শিৱসাগৰ, 25 জুনঃ শিৱসাগৰৰ দিখৌ নদীত জাপ দিয়াৰ সন্দেহ এগৰাকী যুৱতীৰ। ৰজনী কুমাৰী শ্বাহ নামৰ ১৮ বছৰ বয়সীয়া যুৱতী গৰাকীয়ে এইবাৰ