অৰ্ণমাই বৰাৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ তদন্তত আৰক্ষী ভুল আছিল বুলি স্বীকাৰ কৰিলে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। উল্লেখ্য যে, অৰ্ণমাই বৰা হত্যা কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগাইছিল। হোজাইৰ যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা উভতি অহাৰ পিছত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই হত্যা কাণ্ডৰ পিছতে ৰাজ্যজুৰি অৰ্ণমাই
Category: Assamese News
অসমৰ জোঁৱাই হ’ল জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া,সামাজিক মাধ্যমত ভাইৰেল ফটো তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে। তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে বিবাহৰ ফটো। তুষাৰ কালিয়া! নামেই যাৰ পৰিচয়। বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা Khatron Ke Khiladi 12 ৰ বিজয়ী তুষাৰ কালিয়াই
গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ । বিগত প্ৰায় দুসপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক ‘অতি বেয়া’ অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ’লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব । মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ
নিউজ ব্যুৰ’,নগাঁও,১৮ জানুৱাৰী:– নগাঁও জিলাৰ কলিয়াবৰ পূৱথৰীয়া নিবাসী পৰম বৈষ্ণৱ অনন্তৰাম বৰা(৬১)ৰ আজি নিশা পৰলোকপ্ৰাপ্তি ঘটে । অত্যন্ত বিনয়ী আৰু মাৰ্জিত স্বভাৱৰ বৰা দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত ২০২২ চনৰ এপ্ৰিল মাহত তেজপুৰ এন চি চি কাৰ্যালয়ৰ পৰা উচ্চ বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সৰুৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰে
সাধাৰণতে কোৱা শুনা যায় পুহ মাহটো ভাল নহয়। পুহ মাহত কোনো শুভ কাম কৰিব নাপায়। কিন্তু প্ৰকৃততে পুহ মাহ বৈদিক জ্যোতিষ মতে ভাল মাহ বুলি ধৰা হয় । পুষ্য নক্ষত্ৰৰ পৰা পুহ মাহৰ হৈছে। পুষ্য নক্ষত্ৰৰ অধিষ্ঠিত দেৱতা গুৰু বৃহস্পতি আৰু স্বামী গ্ৰহ হৈছে শণি। বৃহস্পতি ঐশ্বৰ্য্য বৈভৱ, গুণ জ্ঞান,