বহুতৰে ধাৰণা, আলু বেছিকৈ খালে মানুহ শকত হয়৷ এনে ধাৰণাৰ বশৱর্তী হৈয়ে শকত ব্যক্তি বা কিঞ্চিত শকত ল’ৰা–ছোৱালীক আলু খাবলৈ বাধা কৰা হয়৷ সঁচাকৈয়ে বাৰু আলু খালে মানুহ শকত হয় নেকি? শকত হোৱাৰ নিমিত্তে খাদ্যত যিবোৰ উপাদান থাকিব লাগে, আলুত থকা সেই উপাদানবোৰৰ পৰিমাণ বিশ্লেষণ কৰি চালেই ইয়াৰ উত্তৰ পোৱা
Category: Assamese News
কল সকলোৰে এবিধ প্ৰিয় ফল। কল স্বাস্থ্যৰ বাবে বহু উপকাৰী। কলে ভোক আৰু চৰ্বী কমোৱাত সহায় কৰে। কিন্তু কল খোৱাৰো সঠিক সময় থাকে, নহলে ই স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে। খালী পেটত কেতিয়াও কল খাব নালাগেঃ কলত যথেষ্ট পৰিমাণে পটেছিয়াম, ফাইবাৰ, মেগনেছিয়াম আৰু এছিড পোৱা যায় । বিশেষজ্ঞ সকলৰ
আমাৰ দেশৰ নাগৰিকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ভিটামিন ‘ডি’ৰ অভাৱ আমাৰ দেশত খুব কম পৰিমাণেহে নির্ণয় (ডায়েগ্ণ’ছিছ) কৰা হয়৷ যাৰ ফলত উপযুক্ত চিকিৎসা কৰিব পৰা নাযায়৷ ভিটামিন ‘ডি’ৰ অভাৱত পয়ালগা ৰোগ (ৰিকেট), অষ্টি’প’ৰছিছ, য’ত হাড়বোৰ দুর্বল আৰু থুনুকা হৈ যায় আদি ৰোগ হয়৷ তদুপৰি ভিটামিন ‘ডি’য়ে
নাৰায়ণপুৰৰ ৰাসত অপ্ৰীতিকৰ পৰিস্থিতি। আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাও। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসি, টেঙাপথাৰত আয়োজিত ৰাসোৎসৱৰ অনুষ্ঠানৰ মাজতে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি। অনুষ্ঠানত মাজতে একাংশ উদণ্ড লোকে শিল্পীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়
গুৱাহাটীত ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ শুভাৰম্ভ