Category: Assamese News

ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…

ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…

ভোক নলগাৰ সমস্যাত পৰিছে নেকি ? ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ… সকলো মানুহেই ভোক নলগা সমস্যাৰ বাবে লিভাৰ বা যকৃতক জগৰীয়া কৰে । কিন্তু এই সমস্যাৰ লগত মস্তিষ্কৰ এক বিশেষ অংশ জড়িত হৈ থাকে । ইয়াক হাইপ’থেলামাছ বুলি কোৱা হয় । আমাৰ

কিডনীৰ বাবে ৭ বিধ খাদ্য!

কিডনীৰ বাবে ৭ বিধ খাদ্য!

মানৱ দেহৰ মগজু, হূৎপিণ্ড যিদৰে গুৰুত্বপূর্ণ অংগ, ঠিক তেনেদৰে কিডনীও অতি গুৰুত্বপূর্ণ অংগ৷ কিডনী দুটাৰ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ৷ কিডনীয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক টক্সিন প্রস্রাৱৰ মাধ্যমেৰে বাহিৰ কৰাৰ লগতে আমাৰ শৰীৰত থকা ইলেক্ট্র’লাইট আৰু বিভিন্ন তৰল পদার্থবোৰৰ ভাৰসাম্য ৰক্ষা কৰে৷ এই কিডনীৰ ৰোগ হোৱাৰ ফলত প্রস্রাৱৰ বিভিন্ন

তেজত ইউৰিক এচিড বৃদ্ধি আৰু আয়ুর্বেদিক চিকিৎসা

তেজত ইউৰিক এচিড বৃদ্ধি আৰু আয়ুর্বেদিক চিকিৎসা

আপোনাৰ বাৰু ভৰিৰ বুঢ়া আঙুলিত হঠাতে বিষ অনুভৱ হৈছে নেকি? ইয়াৰ উপৰি বিষ হোৱা স্থানত যদি ৰঙা পৰিছে বা গৰম হৈছে, তেন্তে সাৱধান হোৱা উচিত৷ এয়া ‘গাউট’ নামৰ একপ্রকাৰ আথ্রাইটিছ অর্থাৎ গাঁঠিৰ ৰোগ, য’ত গাঁঠিৰ বিষ হোৱাৰ লগতে গাঁঠি ফুলি উঠে৷ তেজত ইউৰিক এচিড বাঢ়ি গৈ তাৰ দানাবোৰ ভৰি বা

ৰাতি কি কি খাব নালাগে!

ৰাতি কি কি খাব নালাগে!

ডাঃ ৰেইনি দেৱী   আমি সকলোৱেই স্বাস্থ্যৱান হৈ থাকিব বিচাৰোঁ৷ এইক্ষেত্রত আমি খোৱা খাদ্যসমূহে যথেষ্টখিনি প্রভাৱ পেলায়৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি বিভিন্ন খাদ্যৰ জুতি লওঁ যাতে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ৷ মাছ, মাংস, কণী, পনিৰ, সেউজীয়া শাক–পাচলি, ফলমূল আদি আমি নিজেও খাওঁ আৰু পৰিয়ালৰ সকলোকে খাবলৈ দিওঁ৷

৬টা কাৰণ, কিয় বাঁহ গাজ আমাৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী

৬টা কাৰণ, কিয় বাঁহ গাজ আমাৰ স্বাস্থ্যৰ বাবে পৰম উপকাৰী

বাঁহৰ গাজ। অসমীয়া লোকখাদ্যৰ এবিধ অন্যতম উপাদান বাঁহৰ গাজ। অকল অসমীয়াই নহয় ভাৰতৰ সকলো ঠাইতে ইয়াক পৰম খাদ্যৰূপে গ্ৰহণ কৰা দেখা যায়। কিন্তু আপুনি জানেনে বাঁহৰ গাজ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী। বহু বেমাৰৰ লগতে ই কেঞ্চাৰ প্ৰতিৰোধীও। লগতে বাঁহৰ গাজত থকা স্বাস্থ্যসন্মত উপাদানে আমাক ভিন্নপ্ৰকাৰে সুৰক্ষিত কৰি ৰাখে। বাঁহৰ