Category: Assamese News

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ?

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ?

শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত কোন কোন শিক্ষকৰ নাম ? জিলাই জিলাই এল আই চিৰ এজেণ্ট, সাংবাদিক, ৰাজনৈতিক দলৰ কামত জড়িত বহু শিক্ষক।শাস্তিমূলক বদলিও হ’ব পাৰে এইসকল শিক্ষকৰ।অন্য বৃত্তিত নিয়োজিত হৈ কেৱল উপাৰ্জনৰ পাছত দৌৰা একাংশ শিক্ষকৰ বাবে চৰকাৰী বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।জিলাই জিলাই এল আই

নগাঁও চহৰলৈ কলঙৰ পানীৰ তীব্ৰ ভাবুকি,চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

নগাঁও চহৰলৈ কলঙৰ পানীৰ তীব্ৰ ভাবুকি,চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

নিউজ ব্যুৰ’,নগাঁও,২২জুন:–নগাঁও জিলাৰ বান পৰিস্থিতি আজিও ভয়াৱহ হৈয়ে আছে । জিলাখনৰ কলং,কপিলী,বৰপানী নৈৰ লগতে কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত জিলাখনৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিশেষকৈ বিগত তিনিদিন ধৰি কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাত কলংপৰীয়া অঞ্চলৰ বান পৰিস্থিতি বিপদজনক হৈ পৰিছে । নগাঁও

আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ যুৱতী

সামাজিক মাধ্যমত নিষিদ্ধ ঘােষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফা (স্বাধীন)ত যােগদানৰ ইচ্ছা প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী যুৱতী। চৰাইদেউ জিলাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা এই যুৱতীগৰাকীৰ নাম মইনা চুতীয়া বয়স ২৩ বছৰ। উল্লেখ্য যে, ৰাইদঙীয়া চাৰিআলিৰ এইগৰাকী যুৱতীয়ে ফেচবুকত অলপতে ‘আই লাভ আলফা, আলফাৰ লিংক পালে ময়ো

শিৱসাগৰবাসী আৰু সাংবাদিকে মিলি গীতে-মাতে সোঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক

শিৱসাগৰবাসী আৰু সাংবাদিকে মিলি গীতে-মাতে সোঁৱৰিলে বিষ্ণুপ্ৰসাদ ৰাভাক

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গীতে মাতে সোঁৱৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম তথা জুৱা জিলা সমিতিৰ লগতে শিৱসাগৰৰ দিলিহি গোহাঁই গাওঁত তৰুণজ্যোতি পুঁথিভৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ মহিলা পৰিচালনা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি