মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৪গৰাকীকৈ বিশিষ্ট ব্যক্তিক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয় । চৰাইবাহী ৰাজহুৱা ভৱনত চৰাইবাহী শাখা সাহিত্য সভাৰ উদ্যোগত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক এখনি কাব্যানুষ্ঠান অনুষ্ঠিত হয় ৷ এই উপলক্ষে আয়োজিত কাব্যনুষ্ঠানটিত সভাপতিত্ব কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি জিতুমনি বৰদলৈয়ে ৷ কাব্যানুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি
Category: Assamese News
সদৌ অসম কৰ্মচাৰী পৰিষদৰ ১৬ ১৭ আৰু ১৮ মে’ ত শিলচৰত অনুস্থিত হ’বলগীয়া ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা সাম্প্রতিক সময়ৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সাময়িক ভাবে স্থগিত ৰখা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে পৰিষদ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে।
বিগত কেইবা দিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বহু কেইখন জিলাত বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশেষকৈ বৰাক উপত্যকাৰ বহু অঞ্চল আগতীয়া বানত প্লাবিত হৈছে। আনহাতে, কাছাৰ, ধেমাজি, ডিমা হাছাও, হোজাই, পশ্চিম কাৰ্বি আংলং, নগাঁও আৰু কামৰূপ জিলাৰ কিছু অঞ্চলৰ পৰিস্থিতি অতি শোচনীয়।ৰাজ্যখনৰ ৬খন জিলাৰ প্ৰায় ২৫ হাজাৰ লোক
এটা সময়ত অৰ্থবান জনহে চৰকাৰী চাকৰি এটা লাভ কৰিবলৈ সক্ষম হয়, চাকৰিৰ বাছনি পৰীক্ষা সমূহত স্বচ্ছতা ৰক্ষা কৰা নহয় বুলি অধিকাংশ জনতাৰ মাজত চৰ্চা চলি অহা বিষয়বোৰক নস্যাৎ কৰি কালি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগ্য, সক্ষম আৰু মেধাৱী বাছনি পৰীক্ষাত উত্তীৰ্ণ চাকৰি প্ৰাৰ্থী সকলক আনুষ্ঠানিকভাৱে চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান
“সমগ্ৰ বিশ্বতে এক উদ্বেগজনক ৰূপ ধাৰণ কৰা বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু প্ৰশমনৰ বাবে বনকৰ্মী, আৰক্ষী, সীমান্তৰক্ষী, অৰ্ধসামৰিক বাহিনী, সেনা আৰু অন্যান্য সংশ্লিষ্ট সংস্থাকে ধৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন,” বুলি ১৪ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (কাৰ্যকৰী) এন কোটিশ্বৰ সিঙে বঙাইগাঁৱত মন্তব্য আগবঢ়ায় ৷ অসম ৰাজ্যিক আইনী সেৱা