Category: Assamese News

হোৱাটছএপত প্ৰিয়জনে ব্লক কৰিছে নেকি? এই কৌশল শিকি নিজকে কৰক আনব্লক

হোৱাটছএপত প্ৰিয়জনে ব্লক কৰিছে নেকি? এই কৌশল শিকি নিজকে কৰক আনব্লক

 বৰ্তমান সময়ত মনৰ ভাৱ বিনিময় কৰিবলৈ হোৱাটছএপ( WhatsApp) এক উপযুক্ত মাধ্যম। কিন্তু হঠাতে যেতিয়া আপোনাৰ প্ৰিয়জন অথবা কোনো আপোন মানুহে আপোনাক হোৱাটছএপত ব্লক কৰি দিয়ে তেতিয়া মনটো বহুত বেয়া লাগে নহয়নে? আপুনি তেতিয়া বাৰে বাৰে পৰীক্ষা কৰি থাকে আপোনাক আনব্লক কৰিলে নে নাই। ৰ’ব চিন্তা নকৰিব। আমি আপোনাক দিম নিজকে আনব্লক কৰাৰ

১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ! লোভনীয় প্ৰস্তাৱ নাকচ কৰি কৈছিল লতাজীয়ে

১০ কোটি ডলাৰ দিলেও মই বিয়াত গান নাগাওঁ! লোভনীয় প্ৰস্তাৱ নাকচ কৰি কৈছিল লতাজীয়ে

 লতা মংগেশকাৰ (Lata Mangeshkar)। এই নামটোৰ অবিহনে ভাৰতীয় সংগীত পৃথিৱীখনৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সাক্ষাৎ যেন দেৱী সৰস্বতী আছিল লতা মংগেশকাৰ, যি কথা প্ৰতিজন ভাৰতীয়ই অনুভৱ কৰে। সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰে জীৱনজোৰা মূল্যবোধক সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ লতাজীৰ ভগ্নী আশা ভোচলেই লতা মংগেশকাৰৰ মূল্যবোধৰ এক কথা প্ৰকাশ কৰিছে।

টুইটাৰৰ পাছত মাস্কে এইবাৰ কিনিব কোকা-কোলা !

টুইটাৰৰ পাছত মাস্কে এইবাৰ কিনিব কোকা-কোলা !

টুইটাৰ কিনি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰা ধনকুবেৰ এলন মাস্কে এইবাৰ আন এক ঘোষণা কৰিলে। তেওঁৰ এইবাৰৰ লক্ষ্য কোকা কোলা কোম্পানী। মাস্কে ধেমালিৰে টুইটাৰত লিখিলে কোকা কোলা কোম্পানী ক্ৰয় কৰি ১০০ বছৰ আগৰ ফর্মূলা অনুযায়ীহে কোকা কোলা তৈয়াৰ কৰিব তেওঁ। তাতে কোকেইন মিহলাব। কোকা কোলাত এসময়ত সঁচাকৈয়ে কোকেইন মিহলোৱা হৈছিল।  

শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰাই অচিৰেই আত্মপ্ৰকাশ কৰিব বলীউডত!

শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰাই অচিৰেই আত্মপ্ৰকাশ কৰিব বলীউডত!

শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)ৰ জীয়ৰী ছৰা তেণ্ডুলকাৰ (Sara Tendulkar) নেটিজেনসকলৰ মাজত যথেষ্ট জনপ্ৰিয়। মডেলিঙৰ বাবে বাতৰিৰ শিৰোনামত থাকে ছাৰা। এতিয়া তাইৰ বলীউডত আত্মপ্ৰকাশৰ খবৰ (Sara Tendulkar Bollywood Debut) চৰ্চাত আছে। ছাৰা তেণ্ডুলকাৰৰ বয়স মাত্ৰ ২৪ বছৰ আৰু বেছিভাগ তাৰকা শিশুৰ দৰে সামাজিক মাধ্যমত অতি সক্ৰিয়। অভিনয়ৰ প্ৰতি আগ্ৰহী ছাৰা তেণ্ডুলকাৰ

শুকুৰবাৰে জিএমচি নিৰ্বাচিন; ইভিএম লৈ ভোট কেন্দ্ৰত প্ৰিজাইডিং-প’লিং বিষয়া

শুকুৰবাৰে জিএমচি নিৰ্বাচিন; ইভিএম লৈ ভোট কেন্দ্ৰত প্ৰিজাইডিং-প’লিং বিষয়া

জল্পনা-কল্পনাৰ অৱসান ঘটাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে শুকুৰবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।প্ৰিজাইডিং, প’লিং আৰু অন্যান্য বিষয়াসকল আজি ইভিএমলৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়। মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পৰা নিৰ্বাচনৰ ইভিএম ছেট আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা