Category: Assamese News

গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

এছ এফ আইৰ ৰাজ্যিক কমিটি(Assam state committee of Student federation of India)ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সময়মতে অনুষ্ঠিত কৰা, পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা আদি কেতবোৰ দাবীৰ সমৰ্থনত সোমবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ বিভিন্ন শ্ল’গান দি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ।

কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ পোষকতা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ পোষকতা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ

অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কলেজসমূহক কৰ্মদক্ষতা মূল্যায়নৰ প্ৰতি আহ্বান জনায়। মুখ্য অতিথি ডাঃ পেগুৱে প্ৰধান মন্ত্ৰীৰ স্বচ্ছতা, উদ্ভাবন আৰু জ্ঞান হাব নিৰ্মাণ- এই তিনিটা আহ্বানৰ প্ৰতি শিক্ষক- শিক্ষয়ত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে আৰু ইয়াৰ অংশীদাৰী হ’বলৈ সকলোকে আহ্বান জনায়। তেখেতে লগতে কয় মাইলছ ব্ৰন্সনৰ পদধূলাৰে সমৃদ্ধ শিক্ষাৰ

মাৰাডোনাৰ ঘড়ীৰ পাছত উদ্ধাৰ টি–ছার্ট–জেকেট–জোতা ১১বিধ সামগ্রী

মাৰাডোনাৰ ঘড়ীৰ পাছত উদ্ধাৰ টি–ছার্ট–জেকেট–জোতা ১১বিধ সামগ্রী

বিশ্বৰ ফুটবল জগতৰ ঈশ্বৰখ্যাত ডিয়েগো মাৰাডোনাৰ এটা মূল্যৱান হাতঘড়ী শিৱসাগৰত এজন যুৱকৰ হাতৰ পৰা উদ্ধাৰ হোৱা ঘটনাহ বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেহ এইবাৰ ধৃত ৱাজিদৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে হটোৰ পাছত সিটো সামগ্রী৷ উল্লেখ্য যে ডুবাই আৰক্ষীৰ জৰিয়তে কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা সূত্র অনুসৰি শিৱসাগৰ আৰক্ষীয়ে কালি

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত নাগালেণ্ডত অব্যাহত আছে প্ৰতিবাদ (Demand to repeal AFPSA) ৷ যোৱা চাৰি ডিচেম্বৰত নাগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত সংঘটিত নীৰিহ নগালোকৰ হত্যাকাণ্ড (Oting massacre incident)ৰ পিছতে ৰাজ্যখনত সজোৰে উত্থাপিত হৈছে এই আইন বাতিল কৰাৰ দাবী ৷ এই ঘটনাৰ বাবেই সমগ্ৰ উত্তৰ-পূৱ ভাৰততে এতিয়া সামৰিক

কা’ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ আছুৰ যোৰহাট জিলা সমিতিৰ

কা’ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ আছুৰ যোৰহাট জিলা সমিতিৰ

দুটা বছৰ অতিক্ৰম কৰিলে অসম তথা উত্তৰ-পূৱৰ নাগৰিকত্ব সংশোধনী আইন 2019 (Citizenship (Amendment) Act, 2019) বিৰোধী আন্দোলনে ৷ উত্তৰ-পূৱ ছাত্ৰ সংন্থা চমুকৈ নেছ’ৰ আহ্বান মৰ্মে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ যোৰহাট জিলা সমিতিয়ে(ASSU Protest Against CAA) ৷ উল্লেখ্য যে, কা’ বিৰোধী আন্দলনৰ সময়ৰ পৰা 11 ডিচেম্বৰ