দীৰ্ঘদিনৰ পিছত খুলিছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । কিয়নো সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া । ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে কলিয়াবৰৰ চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে বিদ্যালয়সমূহত আৰম্ভ হৈছে পাঠদান ৷ সম্পূৰ্ণ ক’ভিড বিধি মানি শিক্ষানুষ্ঠানত ইতিমধ্যে আৰম্ভ কৰা হৈছে পাঠদান । দীৰ্ঘদিনে অতিমাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ বাবে বন্ধ
Category: Assamese News
১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (CTET) । এইবাৰ কম্পিউটাৰ মাধ্যমেৰে (Computer Based Test) অনুষ্ঠিত হ’ব এই পৰীক্ষা । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শনিবাৰে ঘোষণা কৰে মতে, এই পৰীক্ষা প্ৰায় ২০ টা ভাষাত অনুষ্ঠিত কৰা হ’ব ৷ পৰীক্ষাৰ সঠিক তাৰিখ প্ৰাৰ্থীৰ প্ৰৱেশ পত্ৰত উল্লেখ
নৱেম্বৰৰ মাজভাগৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(Central Board of Secondary Education) দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷ 90 মিনিট জুৰি চলিবলগীয়া এই পৰীক্ষা অফলাইনত অনুষ্ঠিত হ’ব আৰু শিক্ষাৰ্থীসকল নিৰ্দিষ্ট
এইবাৰ চৰ চাপৰিত বসবাস কৰি অহা লোক সকলক অন্যান্য পিছপৰা শ্ৰেণী (অ’ বি চি) ত অন্তৰ্ভুক্ত কৰাৰ দাবী উঠিছে । কোনো ৰাজনৈতিক মঞ্চত এই দাবী উত্থাপিত হোৱা নাই । উত্থাপন হৈছে সংসদত । স্বাভাৱিকতে এনে দাবীয়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বিগত ১৭
অসমীয়া–বড়ো সাহিত্যলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০২০ চনৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰে সন্মানিত হ’ল বিশিষ্ট লেখক, চিন্তাবিদ দিগন্ত বিশ্ব শর্মা আৰু ড০ কামেশ্বৰ ব্রহ্ম৷ ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীর্ষক অসমীয়া ভাষাত অনূদিত গ্রন্থখনৰ বাবে এই সন্মান অর্জন কৰিলে বিশিষ্ট লেখকগৰাকীয়ে৷ শ্রীৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেছাঁ ইন ইণ্ডিয়া এণ্ড আদাৰ