Category: Assamese News

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ উৰণীয়া সেতু

যান–জঁটত অতিষ্ঠ মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ অহা ৪ নৱেম্বৰত মুকলি হ’ব ছুপাৰ মার্কেটৰ নির্মীয়মাণ উৰণীয়া সেতু৷ দীপাৱলীৰ দিনাই এই উৰণীয়া সেতুখন মুকলি কৰি ৰাইজৰ বাবে উছর্গা কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইতিমধ্যে দিন–ৰাতি একাকাৰ কৰি এই উৰণীয়া সেতুখনৰ চলিছে নির্মাণৰ কাম৷ ২০২০ চনৰ ১৭ ফেব্রুৱাৰীত এই সেতুখনৰ প্রথম

ৰাজ্যৰ বানপানীৰ সৈতে মোকামিলা কৰিবলৈ সাজু NDRF

ৰাজ্যৰ বানপানীৰ সৈতে মোকামিলা কৰিবলৈ সাজু NDRF

বিগত কিছুদিন ধৰি অসমকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভুটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰ, বৰাককে ধৰি ৰাজ্যখনৰ কেবাখনো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । আনকি, শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰে ঠাই বিশেষে সতৰ্কতাৰ স্তৰ অতিক্ৰম কৰাৰ লগতে কেবাখনো উপনৈৰ জলস্তৰে বিপদ সীমা অতিক্ৰম কৰিছে । ইফালে, অসমকে ধৰি কেবাখনো

ডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

ডিমা হাছাওত চিমেণ্ট কোম্পানীৰ ট্রাকত নির্বিচাৰ গুলীবর্ষণ, নিহত ৩ চালক

 সাময়িকভাৱে শান্তি বিৰাজ কৰা পাহাৰীয়া জিলা ডিমা হাছাও পুনৰ অশান্ত হৈ পৰিছে৷ উগ্রপন্থী সংগঠন ডিএনএলএৰ নির্বিচাৰ গুলীচালনাত আজি জিলাখনৰ ডিয়ুংমুখৰ ৰেঞ্জাৰ বিলত নিহত হয় তিনিজনকৈ নিৰীহ ট্রাকচালক৷ উগ্রপন্থীৰ ১০–১৫জনীয়া দলে গুলীচালনাতে ক্ষান্ত নাথাকি ডালমিয়া চিমেণ্টৰ ‘ক্লিংকাৰ’ পৰিৱাহী ৫খনকৈ ট্রাকো জ্বলাই দিয়ে৷ নিশা প্রায় ৮.৩০ বজাত সংঘটিত এই ঘটনা সন্দর্ভত প্রাপ্ত

উত্তপ্ত বোকাখাতৰ মেঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

উত্তপ্ত বোকাখাতৰ মেঠনি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি

 বোকাখাতৰ মেঠনি চাহ বাগিছাত (Methoni tea estate) উত্তপ্ত পৰিস্থিতি । বন বিভাগ আৰু বাগিছা কৰ্তৃপক্ষৰ মাজত তীব্ৰ বিবাদ চলি থকাৰ মাজতে এক বিশেষ নিৰ্দেশনাই এতিয়া কঁপাই তুলিছে বাগিছা অঞ্চল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ বন বিভাগৰ মাটি এৰি দিব লাগিব মেঠনি বাগিছাখনে । অহা ৩১ আগষ্টত শেষ সময়সীমা দিছে কাজিৰঙা

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা পাঁচ দিন ধৰি ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে। এতিয়া, এই পানী সতৰ্কবাণী স্তৰৰ ওপৰত বৈ আছে। এএনআইৰ সৈতে বাৰ্তালাপত কেন্দ্ৰীয় জল আয়োগৰ