বিজেপিৰ শাসনত এতিয়া অসমত একপ্ৰকাৰ ডকাইতিৰাজ চলিছে । চৰকাৰখনত কেউফালে সমন্বয়হীন অৱস্থা, ব্যাপক দুৰ্নীতি আৰু মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ খেয়াল-খুচি মতে অসমত ৰাজ-শাসন চলিছে । সাধাৰণ মানুহৰ অৱস্থা দিনকদিনে অচল হ’বলৈ ধৰিছে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন
Category: Assamese News
অসমত ভয়ানক হাৰত সংঘটিত হ’ব ধৰিছে চাইবাৰ অপৰাধ৷ মুম্বাইৰ ৰাজ কুন্দ্রাৰ অপৰাধৰ কাহিনীতকৈও শিহৰণকাৰী ঘটনা এইখন অসমৰ তেজপুৰতেই সংঘটিত হৈছে৷ চাইবাৰ অপৰাধীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জালত পেলাই অসমীয়া জীয়ৰী–বোৱাৰীৰ লজ্জাক বিক্রী কৰিছে বিদেশত৷ তেজপুৰৰ পৰা আফ্রিকা, আমেৰিকাৰ ফোন নম্বৰ আৰু বিভিন্ন নেটৱর্কিং ছাইট ব্যৱহাৰ কৰি তেজপুৰৰ যুৱকে দীর্ঘদিন ধৰি পর্নগ্রাফীৰ
অহা ২২–২৩ আগষ্টত গুৱাহাটী প্রেছ ক্লাবত দুদিনীয়া কার্যসূচীৰে ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় পালি প্রতিষেধক শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত প্রথম পালি প্রতিষেধক গ্রহণ কৰা সদস্যসকলে ল’ব পাৰিব দ্বিতীয় পালি প্রতিষেধক৷ মাত্র দুদিনীয়াকৈ আয়োজিত হ’বলগীয়া প্রতিষেধক শিবিৰত পূর্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা কৰা নহ’ব৷ প্রতিষেধক ল’বলৈ অহা সতীর্থসকলে নির্ধাৰিত দিনটোত
শনিবাৰে দিন দুপৰতে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ চলাইছিল মহাবিদ্যালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে ৷ মুঠ দুগৰাকী ছোৱালীৰ ওপৰত এইদৰে আক্ৰমণ কৰিছিল দূৰ্বিত্তই ৷ ইয়াৰে নন্দিতা শইকীয়া নামৰ ছাত্ৰী গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ বাবে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ৷ পিছে, একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি
এক লোমহর্ষক জঘন্য কাণ্ডই শনিবাৰে জোকাৰি গৈছে ধেমাজি নগৰ৷ হাতত উদ্যত দা লৈ ধেমাজি নগৰৰ মাজমজিয়াত দিন–দুপৰতে এজন উন্মাদ যুৱকে দুই ছাত্রীক উপর্যুপৰি ঘপিয়াই হত্যাৰ চেষ্টা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ হাউছ নামৰ ফার্মাচীখনৰ