মেঘালয়ৰ শ্বিলংস্থিত উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয় North Eastern Hill University) অর্থাৎ নেহু NEHU)ৰEconomics বিভাগত খালী হৈছেField Insvestigatorৰ ৩ পদ৷ পদকেইটা “Enumeration and valuation of the economic impact of female labour in the Hills : A study of Indian Himalayan region.” প্রজেক্টৰ অধীনত পূৰণ কৰা হ’ব৷ আবেদনকাৰীEconomics বিষয়তMA/M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷
Category: Assamese News
এক ঐতিহাসিক ৰায়দানত কেৰালা উচ্চ ন্যায়ালয়ে ট্রেন্স জেণ্ডাৰ বা তৃতীয় লিংগৰ মহিলাক নেচনেল কেডেট ক’পছত (এনচিচি)ত অন্তর্ভুক্ত কৰাৰ নির্দেশ দিছে৷ ন্যায়াধীশ অণু শিৱৰমণে এগৰাকী ট্রেন্স মহিলাৰ আবেদনৰ শুনানি গ্রহণ কৰি এই ঐতিহাসিক ৰায়দান কৰিছে৷ ১৯৪৮ চনৰ নেচনেল কেডেট ক’পছ এক্টৰ এক বিশেষ ধাৰাক প্রত্যাহ্বান জনাইছিল ট্রেন্স মহিলাগৰাকীয়ে৷ এই ধাৰা অনুসৰি
MeghalayaৰNongthymmai-স্থিত Indian Institute of Management Shillongত খালী হৈছেSite Engineer (Civil)ৰ ১টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিIIM ShillongৰChief Administrative Officer (I/c)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷Site Engineer (Civil) পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়/শিক্ষানুষ্ঠানৰ পৰাCivil Engineering বিষয়ত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেCPWD/State PWD খণ্ডৰ পৰাExecutive Engineer হিচাপে অৱসৰ লোৱাৰ লগতেPlanning, Implementation,
দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে নিলম্বিত কৰিলে নগাঁৱৰ দুই নেতাক। মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীক নিলম্বন এ আই ইউ ডি এফৰ। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বটদ্ৰৱাৰ প্ৰাৰ্থী শিৱামনি বৰা আৰু ৰূপহীহাটত প্ৰাৰ্থী নুৰুল হুদাৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্ধন্দিতাত নামিছে মতিউৰ আৰু নুৰুল
অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বহু স্থানত সৃষ্টি হৈছে নির্বাচনী হিংসা ৷ নির্বাচনী হিংসাই তচনচ কৰিছে গোলাঘাটৰ ৰাজনৈতিক ক্ষেত্রখনক৷ কংগ্রেছৰ দুর্গ নে অজন্তা নেওগৰ দুর্গ সেয়া প্রতিফলিত হ’ব আগন্তুক নির্বাচনৰ ফলাফলত৷ কিন্তু গেৰুৱা দলত যোগদান কৰাৰ পাছতে বিদ্রোহৰ সৃষ্টি হয় গেৰুৱা দলত৷ বিজেপিত যোগদান কৰি গোলাঘাট