Category: Assamese News

শিৱসাগৰত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত, মনোনয়ন পত্ৰ সংগ্ৰহ

শিৱসাগৰত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত, মনোনয়ন পত্ৰ সংগ্ৰহ

শিৱসাগৰ বিধানসভা সমষ্টিত অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত। আজি ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা আজি অখিল গগৈয়ে মনোনয়ন পত্ৰ গ্ৰহণ কৰিছে। অখিল গগৈৰ হৈ ৰাইজৰ দলৰ সভাপতি মুনিন্দ্ৰ লাহন আৰু কাৰ্যকৰী সভাপতি অনুপ বৰপাত্ৰ গোহাঁয়ে এই মনোনয়ন গ্ৰহণ কৰে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ধৈৰ্য কোঁৱৰে কয়, “আজি ১০৮

পৰীক্ষা নিদিলেও প্রথমৰ পৰা নৱম শ্রেণীলৈ উত্তীর্ণ হ’ব শিক্ষার্থী

পৰীক্ষা নিদিলেও প্রথমৰ পৰা নৱম শ্রেণীলৈ উত্তীর্ণ হ’ব শিক্ষার্থী

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু দীঘলীয়া লকডাউনৰ বাবে ক্ষতিগ্রস্ত হোৱা শিক্ষার্থীক সকাহ দিবলৈ বিশেষ নির্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ প্রথম শ্রেণীৰ পৰা নৱম শ্রেণীলৈ শিক্ষার্থীসকলক বছৰেকীয়া পৰীক্ষাত অৱতীর্ণ নহ’লেও পৰৱর্তী শ্রেণীলৈ উন্নীত কৰিবলৈ নির্দেশ দিছে সংশ্লিষ্ট বিভাগটোৱে৷ ৰাজ্যৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা এক নির্দেশনা অনুসৰি বছৰেকীয়া পৰীক্ষা

এইবাৰৰ নির্বাচনৰ পাছতে নিঃশেষ হৈ যাব বিপিএফ

এইবাৰৰ নির্বাচনৰ পাছতে নিঃশেষ হৈ যাব বিপিএফ

এইবাৰৰ বিধানসভা নির্বাচনৰ পাছতেই হাগ্রামা মহিলাৰী আৰু বিপিএফ দল নিঃশেষ হৈ যাব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ৷ মঙলবাৰে এখন সংবাদ মেলত সাংসদ দৈমাৰীয়ে কয় যে এতিয়া বিটিচিৰ মানুহে হাগ্রামা মহিলাৰীৰ কথা নুশুনে৷ বিগত দিনত হাগ্রামা মহিলাৰীয়ে বিটিচিৰ বাহিৰত থকা বড়ো জনগোষ্ঠীৰ লোকসকলক লৈ কেৱল ৰাজনীতি কৰিলে, তেওঁলোকৰ উন্নয়নৰ

অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল:অসম জাতীয় পৰিষদ,ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ আহি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে এই কথা জানিবলৈ দিছে। এই সন্দৰ্ভত দুয়োটা দলৰ নেতৃত্বৰ কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে।  

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

ULFA আৰু কুইপ’ৰ আলোচনা সফল:৫ হাজাৰ যুৱকক দিব চাকৰি,ঘূৰি আহিব কুইপ’ৰ অপহৃত কৰ্মচাৰী

আলফা স্বাধীন আৰু কুইপ’ৰ মাজৰ আলোচনা সফল পৰিসমাপ্তি। আলোচনা ইতিবাচক দিশতআলোচনা ইতিবাচক দিশত। আলোচনাৰ মধ্যস্থতাকাৰী কৌশিক ফুকনে জানিবলৈ দিছে এই তথ্য। কুইপ’-এ অসমৰ ৫ হাজাৰ অভিযান্ত্ৰিক স্নাতক যুৱকক দিব চাকৰি। অতি সোনকালে ঘূৰি আহিব কুইপ’ৰ দুই অপহৃত কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ। অপহৃত কুইপ’ৰ দুই বিষয়া কুশলে উভতি