গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি মুকলি কৰা হয় নতুন ৰেডিয়েচন অংকোলজী ব্লক। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টমো থেৰাপি দিব পৰা যন্ত্ৰ স্থাপন কৰা ৰেডিয়েচন অংকোলজী ব্লকটো স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। ব্লকটো মুকলি কৰি ড০ শৰ্মাই উল্লেখ কৰে যে ভাৰতৰ সমগ্ৰ মেডিকেল কলেজৰ ভিতৰত প্ৰথমবাৰৰ
Category: Assamese News
সৰস্বতী পূজাৰ নিশা কটন বিশ্ব বিদ্যালয়ৰ সন্মুখত বিক্ষিপ্ত ঘটনা নিশা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ব্যৱসায়ীৰ মাজত সংঘাত সুৰাপান কৰিবলৈ নিশা পানী বিছাৰি গৈ ছাত্ৰ-ব্যৱসায়ীৰ বাক বিতন্দ্ৰা কটনৰ ছাত্ৰই ব্যৱসায়িক প্ৰহাৰ কৰাৰ অভিযোগ কটনৰ সম্মুখত Delhi 6 BBq নামৰ এখন ফাষ্ট ফুদ ৰেষ্টুৰেণ্টত এই ঘটনা ৰেষ্টুৰেণ্টৰ মালিক, কৰ্মীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কটনৰ ছাত্ৰৰ প্ৰায়
আজি উকলিব কুইপোৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ ক্ষেত্ৰত আলফা(স্বা)ই নিৰ্ধাৰিত কৰি দিয়া চূড়ান্ত সময়সীমা। আলফা(স্বা)ই ২৭ জানুৱাৰীত এক বিবৃতিযোগে ৰাম কুমাৰৰ ক্ষেত্ৰত ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপো কোম্পানীয়ে দাবী কৰা ধন আদায় নিদিলে মৃত্যুদণ্ড বিহিব বুলি জনাইছিল। ইয়াৰ পিছতে দুয়োটা পৰিয়ালে আলফা(স্বা)ক দুই বিষয়াৰ মুক্তিৰ বাবে
এখন আজৱ বিদ্যালয়ৰ আজৱ কাহিনী ৷ এই আজৱ বিদ্যালয় আছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৷ লাহোৱাল শিক্ষাখণ্ড অন্তৰ্গত থানাই মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে আৰু অভিভাৱক সকলে গুৰুত্ব অভিযোগ দিছে এই খন বিদ্যালয়লৈ পুৱাই অহা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ ভিতৰত সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই আৰু ম’বাইল ফটো মাৰে এই ঘটনা
কংগ্ৰেছ দলে অসমত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ ১৪ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ আৰম্ভণি কৰাৰ পিছত লাভ কৰা খবৰ অনুসৰি অহা ২৪ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহিব বুলি জানিব পৰা গৈছে ৷ উক্ত ভ্ৰমণৰ সময়ত তেজপুৰত এক বিশাল জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷