এচিড আক্ৰমণৰ ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা আক্ৰমণকাৰী অৱশেষত জালত পৰিল ডিব্ৰুগড় আৰক্ষীৰ।ভেলেণ্টাইন ডে দিনাৰ নিশা ডিব্ৰুগড় ৰাজপথত এচিদ ঢালি আক্ৰমণ কৰা অভিযুক্তক ডিব্ৰুগড় শান্তিপাড়া পৰা পুৱতি নিশা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।চাঞ্চল্যকৰ ঘটনাত জড়িত আছিল অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পঞ্চাশ বছৰীয়া ব্যক্তি।পুৱতি নিশাই অভিযান চলাই গ্ৰেপ্তাৰ
Category: Assamese News
প্রহসনত পৰিণত হৈছে গুৱাহাটী পৌৰ নিগমৰ নলা নিষ্কাশন আঁচনি৷ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন প্রতি লক্ষ্য ৰাখি জিএমচি কর্তৃপক্ষই মহানগৰীৰ নলা–নর্দমা নিষ্কাশনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰি আহিছে যদিও কার্যতঃ এই আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই৷ ফলত প্লাষ্টিকৰ বটল আৰু আৱর্জনাৰে ভৰিছে মহানগৰীৰ নলা–নর্দমা৷ দিছপুৰৰ জনতা ভৱনৰ গাতে লাগি
জলবায়ু আন্দোলনৰ কর্মী ছুইডিছ তৰুণী গ্রেটা থুনবার্গৰ টুলকিট গোচৰত দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দিশা ৰাণী নামৰ ২২ বছৰীয়া যুৱতীগৰাকীক৷ বাংগালুৰুৰ পৰা দিশা ৰাণীক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে ৫ দিনৰ বাবে যুৱতীগৰাকীক জিম্মাত লৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি টুলকিট গুগল ড’কৰ এগৰাকী অন্যতম সম্পাদক তথা গুগ’লৰ নথি প্রস্তুত কৰা মূল ষড়যন্ত্রকাৰী
বিশিষ্ট ফটো সাংবাদিক অনুপম নাথলৈ আগবঢ়োৱা হৈছে ২০২১ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা৷ অনুপম নাথে ‘নীলাচল’ নামৰ সাপ্তাহিকখনত প্রথম ফটো সাংবাদিক হিচাপে ১৯৯৫ চনত কর্মজীৱন আৰম্ভ কৰিছিল৷ সেই সময়তে ‘আউটলুক’ আৰু কেইবাখনো দেওবৰীয়া আলোচনীত তেওঁ ফটো সাংবাদিকতা কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ ‘আমাৰ অসম’ত ষ্টাফ ফটোগ্রাফাৰ হিচাপে যোগদান কৰে৷ ইতিমধ্যে
আজি পুলৱামা আক্ৰমণৰ দুবছৰ সম্পূৰ্ণ হ’ল । বিগত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল চিআৰপিএফৰ ৪০জনকৈ জোৱান । শ্বহীদ হৈছিল অসমৰ মনেশ্বৰ বসুমতাৰীয়ো। এই আক্ৰমণত শ্বহীদ হোৱা প্ৰতিজন বীৰ জোৱানলৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীয়ে । এই দিনটোক স্মৰণ কৰি চিআৰপিএফেও টুইটযোগে শ্ৰদ্ধা জনাইছে । উল্লেখ্য