ডিব্রুগড় জিলাৰ দুলীয়াজানত অৱস্থিত অসম গেছ কোম্পানীয়ে চলিত বর্ষত এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰি অসম চৰকাৰৰ লাভজনক কোম্পানীটোৰ ব্যৱসায়িক সম্প্রসাৰণৰ উত্তৰণ ঘটাই ইয়াৰ বার্ষিক আয় বর্তমান ৩৬৮.৬৩ কোটি টকাৰ পৰা অহা দুবছৰত ১,২০০ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্র ৰাজ্যত চিটী গেছ বিতৰণৰ পৰিকল্পনা গ্রহণ কৰিছে৷ অসম গেছ কোম্পানী লিমিটেডে এতিয়ালৈকে
Category: Assamese News
ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰবাসীয়েও ইংৰাজী নৱবর্ষক আদৰিবলৈ সাজু৷ নৱবর্ষক আদৰাৰ নামত যাতে আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসন আৰু আৰক্ষী–প্রশাসনে কঠোৰ নির্দেশনা জাৰি কৰিছে৷ মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সদৰী কৰা অনুসৰি ৩১ ডিচেম্বৰৰ নিশা ১২ বজাৰ পূর্বে অনুজ্ঞাপত্র থকা বাৰ–ৰেষ্টুৰেণ্টসমূহ্ বন্ধ কৰিব লাগিব৷ তদুপৰি নৱবর্ষক
গুৱাহাটী মহানগৰীত স্মার্ট চিটী প্রকল্পৰ অধীনত গ্রহণ কৰা আঁচনিৰ ভিতৰত ইতিমধ্যে চাৰিখন আঁচনিৰ কাম সম্পূর্ণ হৈছিল আৰু বাকী ছখন আঁচনিৰ কাম এতিয়াও সম্পূর্ণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়ক আমিনুল ইছলামৰ প্রশ্ণোত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সদনৰ মজিয়াত দাঙি ধৰা তথ্য অনুসৰি স্মার্ট
গুৱাহাটীত বাঘৰ সন্ত্ৰাস। মহানগৰীৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত ৩জন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। তিনিওজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।
ৰাজ্যত ক’ভিড-১৯ৰ বাবে বিগত ৯ মাহ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ পহিলা জানুৱাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ব।বিদ্যালয়সমূহ কিদৰে মুকলি কৰিব পৰা যাব,তাৰ বাবে শিক্ষাবিভাগে ইতিমধ্যে জাৰি কৰিছে এছঅ’পি। শিক্ষা বিভাগৰ প্ৰকাশিত নির্দেশ অনুসৰি বিদ্যালয়সমূহত উচ্চ প্ৰাথমিকৰ পৰা নিয়মিত পাঠদান আৰম্ভ হ’ব৷ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে সপ্তাহত তিনিদিন পাঠদান