MDH মচালাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ৯৮ বছৰ বয়সত দিল্লীৰ মাতা চানান দেৱী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গুলাটীয়ে। কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত মহাশয় ধৰমপাল গুলাটীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। সকলোৰে মাজত দাদাজী, মহাশয়জী হিচাপে পৰিচিত আছিল গুলাটী। ১৯২৩ চনত পাকিস্তানৰ শিয়ালকটাত জন্মগ্ৰহণ কৰিছিল গুলাটীয়ে। পিছলৈ তেওঁ শিয়ালকটাত
Category: Assamese News
দেশত বৰ্ধিত মূল্যবৃদ্ধিৰ মাজতে চৰকাৰী তৈল কোম্পানীসমূহে ৰন্ধন গেছৰ (Cooking Gas) মূল্য বঢ়াইছে। CNBC আৱাজৰ তথ্য অনুসৰি আজিৰে পৰা আপোনাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৫০টকা মহঙা হৈছে। LPG Gas Cylinderৰ নতুন মূল্য ২ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা বলৱৎ হৈছে। এই মূল্যবৃদ্ধিৰ ফলত দেশৰ ৰাজধানীত ঘৰুৱা ৰন্ধন গেছৰ দাম ৬৪৪টকা হৈছে। উল্লেখ্য
কোকৰাঝাৰত ডিজিপি ভাস্কৰজ্যোতি মহন্ত । কোকৰাঝাৰ আবৰ্ত ভৱনত উচ্চপদস্থ বিষয়াৰে বৈঠক । বিটিচি নিৰ্বাচনৰ আইন -শৃংখলাজনিত পৰিৱেশ সন্দৰ্ভত আলোচনা। ভাস্কৰজ্যোতি মহন্তৰ সঁকিয়নি । হিংসাত্মক ঘটনা সংঘটিত কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হব লাগিব । ৩০ কোম্পানী নিৰাপত্তাৰক্ষী মজুত আছে । বিটিচিৰ নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ইতিহাস আছে । সেয়েহে আৰক্ষী
আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা তথা বৰ অসমৰ গঢ়োতা চাওলুং চুকাফাৰ সোঁৱৰনত বুধবাৰে ৰাজ্যজুৰি পালন কৰা হ’ব চুকাফা দিৱস । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় ভাবে উদযাপন কৰা হ’ব এই দিৱস। এই অসম দিৱসৰ অথবা চুকাফা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী
গুৱাহাটী: ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কয় যে ১ জানুৱাৰীৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহে চৰকাৰে ক’ভিড ১৯ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব ৷ আনহাতে শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেল সমূহ খুলিব ১৫ ডিচেম্বৰৰ পৰা ৷ কেৱল