Category: Assamese News

অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ ক্ৰমে ৰাজ্যখনৰ চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই আজি সোণাৰিত সংঘৰ সোণাৰি শাখাৰ উদ্যোগত এক এঘন্টিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আজি দিনৰ প্ৰায় ১২ বজাত সোণাৰি শাখা সংঘৰ অধীনস্থ বিভিন্ন চাহ বাগিচাৰ পৰা অহা চাহ শ্ৰমিক সকলে সংঘৰ কাৰ্য্যালয়ৰ প্ৰাংগণত

নতুন আদিবাসী সংগঠন ‘আজকাপা’ৰ জন্ম

নতুন আদিবাসী সংগঠন ‘আজকাপা’ৰ জন্ম

মৰিগাঁও জিলাৰ নেলী আৰু নগাঁও জিলাৰ আমচৈ চাহ বাগিচাৰ আদিবাসী যুৱক তথা সমাজ সংগঠক লক্ষীকান্ত গোৱালা আৰু আৰিয়ান চনা তাঁতীৰ আহ্বান ক্রমে অসমৰ আদিবাসীসকলৰ সৰ্বাত্মক কল্যাণৰ উদ্দেশ্যে ১৬ ছেপ্টেম্বৰত আমচৈ চাহ বাগিচাৰ দক্ষতা বিকাশ কেন্দ্ৰৰ সভা কক্ষত অসমৰ বিভিন্ন জিলাৰ জিলা প্ৰতিনিধিসকলৰ উপস্থিতিত বিশিষ্ট আদিবাসী সমাজ সেৱক ভাগ্যধৰ তাঁতীৰ সভাপতিত্বত

খোল খাব কামাখ্যা মন্দিৰৰ দ্বাৰ, কিছু নিয়ম মানি চলিব লাগিব দৰ্শনাৰ্থীয়ে

খোল খাব কামাখ্যা মন্দিৰৰ দ্বাৰ, কিছু নিয়ম মানি চলিব লাগিব দৰ্শনাৰ্থীয়ে

অহা ২৪ ছেপ্টেম্বৰৰ পৰা ভক্ত-দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ। অসমৰ প্ৰাচীন শক্তিপীঠখন ক’ৰোনাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল। ২৪ তাৰিখৰ পৰা মন্দিৰৰ দ্বাৰ মুকলি কৰিলেও চৰকাৰে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা। এই নীতি অনুসৰি এদিনত ৫০০তকৈ অধিক লোকে প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰ চৌহদত। দৰ্শনাৰ্থীৰ বাবে মন্দিৰ

সংসদৰ অধিৱেশনত সাংসদ ব্যস্ত পৰ্ণ ছবি চোৱাত…আজৱ যুক্তি সাংসদৰ

সংসদৰ অধিৱেশনত সাংসদ ব্যস্ত পৰ্ণ ছবি চোৱাত…আজৱ যুক্তি সাংসদৰ

সংসদৰ অধিৱেশন। তাতেই আকৌ বাজেট দাখিল কৰিব। সেই সময়ত সাংসদসকলে বাজেটক লৈ ব্যস্ত থাকিব লাগে। প্ৰশ্ন উত্থাপন কৰিব লাগে বাজেটৰ ওপৰত। কিন্তু ইয়াৰ মাজতেই সাংসদৰ এটা কাণ্ডই সকলোৰে চকু কপালত উঠাইছে। বাজেট অধিৱেশন চলি থাকোঁতেই সাংসদৰ চকু স্মাৰ্টফোনত।স্মাৰ্টফোনত সাংসদে কি চাই আছে ইমান মনোযোগেৰে। জানিলে আচৰিত হ’ব আপুনি, কাৰণ ইমান

যোৰহাট আৰক্ষীৰ এক সফল অভিযান ; বৃহৎ পৰিমাণৰ গুলি আৰু মৰাণাস্ত্ৰ সহ আটক যুৱক

যোৰহাট আৰক্ষীৰ এক সফল অভিযান ; বৃহৎ পৰিমাণৰ গুলি আৰু মৰাণাস্ত্ৰ সহ আটক যুৱক

যোৰহাটৰ ককিলামুখৰ ৰূপক দত্ত নামৰ যুৱক এজনৰ পৰা যোৰহাট আৰক্ষীয়ে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ । যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৫ ৰাউণ্ড গুলি সহ এটা ৯ এম এম পিষ্টল আৰু এটা. ২২ ৰিভ’লভাৰ । ৰূপকে মাৰাণস্ত্ৰ আৰু গুলি সমূহ যোৰহাটৰ পূবেৰুণ পথৰ এটা ভাড়াঘৰত থৈ দিছিল। উল্লেখ্য যে,এক