গুৱাহাটী :মহানগৰৰ চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা।বাৰ্থ ডে’ পাৰ্টীত গুলী চলাইছিল এজন অধিবক্তাই। দামোদৰ ডেকা নামৰ এজন লোকৰ ফ্লেটত সংঘটিত হৈছিল এই কাণ্ড। জানিব পৰা মতে,দামোদৰ ডেকাৰ জন্মদিনৰ পাৰ্টী আছিল। মিণ্টু হাজৰিকা নামৰ এজনৰ গাত লাগিছে গুলী।উল্লেখযোগ্য যে,মিণ্টু হাজৰিকা বৰ্তমান জিএনআৰচিত চিকিৎসাধীন। (দৈনিক জনমভূমি)
Category: Assamese News
গুৱাহাটী: ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘দ্যা ৱায়েৰ’ত প্ৰকাশিত খবৰ অনুসৰি, কেন্দ্রীয় তথ্য কমিছনে তথ্য জনাৰ অধিকাৰ (আৰটিআই) আবেদনৰ মাধ্যমেৰে দাবী কৰা প্রধানমন্ত্রী মোদীৰ পিতৃৰ চাহৰ দোকানৰ সম্পৰ্কে আবেদনৰ আপিল নিষ্পত্তি কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পিতৃ এগৰাকী চাহ বিক্ৰেতা হয় নে নহয় ইয়াৰ সত্যটা বিছাৰি ২ বছৰ পূৰ্বে তথ্য জনাৰ অধিকাৰ
গুৱাহাটী: সমাগত বিধানসভা নিৰ্বাচনৰ বাবে অসমত তৎপৰতা চলাইছে শিৱসেনাই । মহাৰাষ্ট্ৰত সফলতাৰে চৰকাৰ-প্ৰশাসন চলাই থকা দলটোৱে ইতিমধ্যে অসমতো আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । ৰাজ্যখনত দলীয় ভেঁটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অলপতে শিৱসেনাৰ অসম ৰাজ্যিক সমিতিখন গঠন কৰা হয়। অশ্বিনী কুমাৰ দাসক ৰাজ্যিক সভাপতি, কল্পনাথ হালৈক সহকাৰী সাধাৰণ সম্পাদক, দেৱজিত ডেকাক সাংগঠনিক
GUWAHATI: Amidst the grip of floods, Narayan Seva Sansthan(NSS) shall extend its support to 1000 families in the area of Lachon Gaon (Tinsukia), LaibilSibsagar), and Miri Pothar (Jorhat) in Assam by distributing the food. NSS has already contributed to 200 families out of the 1000 families as of now. With
অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ শিল্পী মানস ৰবীনৰ দুই লাখ টকা প্ৰদান। লগতে অখিল গগৈৰ ন্যায়ালয়ৰ যুঁজ খন চলাই নিবৰ বাবে অসমৰ ৰাইজক সহায় কৰিবলৈ আহ্বান শিল্পী গৰাকীৰ। Account holders name : Bhasco De Saikia & Anil Boro Account number : 39570040035 IFSC Code : SBIN0004134 Bank Name :