গুৱাহাটী: ক’ৰ’না আতংকৰ মাজতে বৃৃহস্পতিবাৰে ঘোষণা কৰা হ’ব চলিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।পুৱা ৯ বজাত শিক্ষা সংসদে প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিত ঘোষণা কৰিব ফলাফল।কলা,বিজ্ঞান আৰু বাণিজ্যিক শাখাত একেলগে ঘোষণা কৰা হ’ব ফলাফল। ফলাফল ঘোষণাৰ বাবে সংসদে নিৰ্ধাৰণ কৰিছে ১৪টা ৱেবছাইট- www.ahsec.nic.in www.asssamresult.in www.schools9.com www.results.shiksa www.newsnation.inw ww.newsstate.com www.indiaResults.com www.iResults.net
Category: Assamese News
সমষ্টিটোৰ প্ৰতিটো পৰিয়ালৰ খবৰ মুখ দৰ্পনত থকা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ ৰাইজক ক’ৰোণা মহামাৰীৰ বাবে হোৱা লকডাউনৰ সময়ত প্ৰতিঘৰ দুখীয়া লোকে পোৱাকৈ সহায়ৰ হাত আগবঢ়াই আহিছে, ৷ক’ৰণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউনৰ ঘোষণা আছিল সময়োচিত | বিধায়ক গুৰুজ্যোতি দাসে এইবা পথাৰত ভুই ৰোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্ম নিৰ্ভৰ ভাৰত গঢ়াৰ
আজিৰে পৰা ৭ টা নহয় মহানগৰীৰ ১১ টাকৈ ৱাৰ্ডত হ’ব লকডাউন। চাওক কোনকেইটা ৱাৰ্ডত হ’ব লকডাউন?
শ্বহীদৰ দালোৱানত যোৱা মঙ্গলবাৰ পুৱতি নিশা চীনৰ সৈন্যৰ সৈতে সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাসকললৈ শ্ৰদ্ধা আৰু আত্মাৰ চিৰশান্তিৰ বাবে আজি গোসাইগাৱঁত নেতাজী সুভাষ ক্লাব কাম লাইব্ৰেৰীৰ উদ্যোগত ম’ম বাতিলৈ মৌন সমদল উলিওৱাৰ লগতে এটি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন কৰা হয় ৷
সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যুকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰৌটেলাই। বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে বলীউদৰ বহু ভিতৰুৱা কথা। ইজনৰ পিছত সিজন অভিনেতাই মুকলিকৈ কৈছে বহু কথা। এইবাৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলাই কৰিছে বিশেষ মন্তব্য। ২০১৩ চনত ‘সিং সব দ্যা গ্ৰেট’ ছবিৰ জৰিয়তে বলীউদত