Category: Assamese News

স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মত “নৰ্থ ইষ্ট ডেভেলপমেণ্ট ৱেলফাৰ চচাইটি”ৰ উদ্যোগত এদিনীয়া সচেতনতা মূলক কৰ্মশালা

স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মত “নৰ্থ ইষ্ট ডেভেলপমেণ্ট ৱেলফাৰ চচাইটি”ৰ উদ্যোগত এদিনীয়া সচেতনতা মূলক কৰ্মশালা

গোবিন্দ দাস : ওৰাং : ৰাজ্যৰ চাকৰি সন্ধানী নিবনুৱা যুৱক-যুৱতী সকলক আত্মসংস্থাপনৰ বাবে সদায়েই উৎসাহিত কৰি অহা ‘স্বাবলম্বী অসমীয়া পশু পক্ষী ফাৰ্মে’ নিবনুৱা যুৱক- যুৱতী সকলক স্বাবলম্বী কৰাৰ মানসেৰে নতুন বছৰত লৈছে বিশেষ পদক্ষেপ। যি সময়ত ৰাজ্যৰ বহু নিবনুৱা যুৱক- যুৱতীয়ে ৰাজ্যৰ বাহিৰত কৰ্মসংস্থাপনৰ বাবে ধাপলি মেলিছে তেনে সময়তে অসমীয়া

মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী ।

Orang Jan 6: ৰবিবাৰে বিয়লি ৭’৩০ মান বজাত ওৰাঙৰ বগৰীবাৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী । নিহত চাইকেল আৰোহী জনৰ নাম পৰেশ মাহাতু। নিহত পৰেশ মাহাতুৰ ঘৰ ওৰাঙৰ চমুৱা গাৱঁত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ

গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল৷

গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল৷

হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি আৰম্ভণি কৰে সংবাদমেল অগপ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । “হিমন্তই CAA’ ক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি আহিছে,” কয় মন্ত্ৰী গৰাকীয়ে । হিমন্ত বিশ্বক বহুবল্কী বিশৃংখল মন্ত্ৰীৰ আখ্যা ৷ ২.৫ কোটি বাংলাদেশী ভাৰতলৈ আহিব CAA হোৱাৰ পিছত ৷ এই তথ্য প্ৰমাণ সবকাৰে আগবঢ়াইছে বাংলাদেশৰ সংখ্যালঘু নেতা

ঘন কুৱলীৰ বাবে তেজপুৰত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

ঘন কুৱলীৰ বাবে তেজপুৰত সংগঠিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

তেজপুৰ : ডিচেম্বৰ ৫: দৰং মহাবিদ্যালয়ৰ পৰা দেওবাৰে পূৱা কাজিৰঙালৈ চাইকেলৰে গৈছিল এন.চি.চিৰ এটা দল। কলিয়া ভোমোৰা দলং অতিক্ৰম কৰাৰ পিছত ৩৭এ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত এন.চি.চি কেডেট তথা তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী অঞ্জলি ৰাই নিহত। দেওবাৰে পূৱা সংঘটিত হয় দুৰ্ঘটনা । ঘন কুৱলীৰ বাবে কলিয়াভোমোৰা দলং অতিক্ৰম কৰাৰ পিছতে পিক

গোসাইগাওঁত মুছলমানপাৰা আমছুৰ সাখা সমিতি গঠন

গোসাইগাওঁত মুছলমানপাৰা আমছুৰ সাখা সমিতি গঠন

Gossaigaon,Dec 28-গোসাঁইগাঁও জিলা সমিতি (আমছু)ৰ নিৰ্দেশমৰ্মে ভাওৰাগুৰী আঞ্চলিক সমিতিৰ উদ্যোগত ৭২৩ নং মোৱামাৰী নিম্ন প্ৰাথামিক বিদ্যালয়ৰ প্ৰাঙ্গনত আমছুৰ ২ নং দক্ষিন মুছলমানৰ পুৰণা শাখা সমিতিখন ভঙ্গ কৰি নতুনকৈ গঠন কৰা হয়। আমছুৰ ভাওঁৰাগুৰী আঞ্চলিক সমিতি সভাপতি জাকিৰ হোসেন আকন্দৰ নেতৃত্বত পৰিচালিত সভাখনত জিলা আমছু তথা গোসাঁইগাঁও আঞ্চলিক ইউনিয়নৰ ভালেসংখ্যক আমছু