Category: Top News

কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা !

কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা !

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্তিম পৰ্য্যায়ৰ পৰ্য্যবেক্ষণ অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৷ ৯১২ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ! অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ২০২৩

বটদ্ৰৱাত ধৰ্ষণ কৰাৰ চেষ্টা কৰা যুৱকৰ যৌনাঙ্গ কাটিলে মহিলাই; হাস্পতালত ভৰ্তি

বটদ্ৰৱাত ধৰ্ষণ কৰাৰ চেষ্টা কৰা যুৱকৰ যৌনাঙ্গ কাটিলে মহিলাই; হাস্পতালত ভৰ্তি

বুধবাৰে নিশা বটদ্ৰৱাত এগৰাকী মহিলাই আত্মৰক্ষাৰ বাবে এজন পুৰুষৰ যৌনাঙ্গ কাটি পেলায়। যেতিয়া পুৰুষজনে তেওঁক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল তেতিয়াই এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে অভিযুক্ত পুৰুষজনে মহিলাগৰাকীৰ কাষতে বাস কৰিছিল। নিশা পুৰুষ জনে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। আত্মৰক্ষাৰ বাবে মহিলাগৰাকীয়ে গাৰুৰ তলত লুকুৱাই

মায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

মায়া–মোহত থাকিলে একো কামেই কৰিব নোৱাৰিম, শিলসাকোৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া!

মহানগৰীৰ শিলসাকোত চলা উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰী কোনো প্ৰকল্প নিৰ্মাণৰ বাবে শিলসাকোত উচ্ছেদ চলা নাই। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাবে উচ্ছেদ চলাবলৈ বাধ্য হৈছো। ৰাইজে সমৰ্থন দিব লাগে এনে উচ্ছেদ কাৰ্যত। আৰ্থিক সাহায্যৰ পেকেজ এটা ঠিক কৰি থৈছো, উচ্ছেদৰ

কেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান …

কেৱল শিলসাকোতে নহয় দীপৰ বিলতো চলিব অভিযান …

জিঞ্জাৰ, টেনিচ কৰ্ট, অমিয় কুমাৰ দাস প্ৰতিষ্ঠানত চলিব উচ্ছেদ ৷ এয়াই নহয় একেদৰে উচ্ছেদ চলিব বদৰুদ্দিন আজমলৰ ভূমিত ৷ এমাহ, দুমাহৰ ভিতৰত শিলসাকো বেদখল মুক্তৰ লক্ষ্য চৰকাৰৰ ৷ বুধবাৰে মুখ্যমন্ত্ৰীৰ ঘোষণা কৰাৰ পিছতে উচ্ছেদ চলিল কোচ ৰাজবংশীৰ কাৰ্যালয় চিলাৰায় ভৱনত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভৱনটোৰ আধাৰশিলা আৰু মুকলি কৰিছিল

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰ্জিয়া মেলোনি বৃহস্পতিবাৰে ভাৰতলৈ আহিব

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰ্জিয়া মেলোনি বৃহস্পতিবাৰে ভাৰতলৈ আহিব

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ৰ্জিয়া মেলোনি অহা বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ উপ প্রধানমন্ত্রী তথা বিদেশমন্ত্রী এণ্টনিঅ’ টাজানি আৰু এটা উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্রতিনিধি দলো। আহিব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্টম ৰায়ছিনা আলোচনাত মুখ্য অতিথি তথা মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰিব। ভ্রমণ কালত প্রধানমন্ত্রী মেলনিক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে অভ্যর্থনা জনোৱা