সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান। View this post on Instagram A post shared by Guwahati Times গুৱাহাটী টাইমচ (@guwahatitimes) বিবাহপাশত আবদ্ধ হ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান। দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে সাত জনমৰ বাবে একেলগে
Category: Top News
একধৰণৰ জটিল ৰোগত আক্ৰান্ত কণমানি সমৃদ্ধ ! আপোনাৰ সহায় আৰু প্ৰাৰ্থনাই দেৱশিশুটিক দিব পাৰে ন-জীৱন ৷ এটি কণমানি দেৱশিশু । পিতৃ-মাতৃৰ কোলা শুৱনি কৰি ঘৰখন পোহৰাই তুলিছিল কণমানিটিয়ে । তাৰ খিলখিল হাঁহিয়ে সকলোৰে হৃদয়ত চেনেহৰ নৈ বোৱাইছিল । পিতৃ-মাতৃ আৰু কণমানি ককায়েকৰ সৈতে দেৱশিশুটিয়ে ঘৰখনত ৰচিছিল সৰগ । বিপ্লৱজ্যোতি গোঁহাই
পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা। অৰূপ ডেকা, ধনটি ডেকাকো ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিলে আদালতে। আজি আদালতত হাজিৰ কৰোৱা হৈছিল ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্তক। এতিয়াও আৰক্ষীৰ পৰা বহু কথা গোপনে ৰাখিছে বন্দনা কলিতাই। অৰূপ ডেকা, ধনটি ডেকায়ো বহু কথা কোৱা নাই আৰক্ষীক।
মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত আজি কামৰূপ মহানগৰ প্ৰশাসন চলাইছে উচ্ছেদ অভিযান ৷ পুৱা ভাগৰ পৰা চলা অভিযানত এফালৰ ভাঙি গৈছে ইটোৰ পাছত সিটোকৈ পকী ঘৰ আৰু কেঁচা ঘৰ ৷ প্ৰাপ্ত তথ্য মতে,বিলত নিৰ্মাণ কৰা হৈছে ৪৫৩ টাকৈ পকী আৰু কেঁচা ঘৰ ৷ উচ্ছেদৰ লক্ষ্য কৰা হৈছে ১২১ টাকৈ বাসগৃহ ৷ উল্লেখ্য যে,তিনিদিন ধৰি চলিব এই
গুৱাহাটীৰ শিলসাঁকোত আজি পুনৰ উচ্ছেদ। শিলসাঁকোৰ উচ্ছেদস্থলীত দখল কৰিছিল একাংশ লোকে । শিলসাঁকোত ঘৰ সাজি আকৌ দখল কৰিছিল একাংশই। বিগত ২ দিনে প্ৰশাসনে অবৈধ দখলৰ চলাইছিল চৰজমিন তদন্ত। আজি প্ৰশাসনে পুনৰ দখলমুক্ত কৰিব শিলসাঁকো বিল । ২ হাজাৰো অধিক আৰক্ষী মোটায়ন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে