Category: Top News

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১ অক্টোবৰৰ পৰা উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বিষয় সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, “বৰ্তমানলৈ কাজিৰঙাত বানপানী হোৱা নাই যদিও পাছিঘাটত ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। যদি বানপানীৰ আশংকা নাইকিয়া হয়, তেন্তে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰ্যটনৰ পথবোৰ ছেপ্টেম্বৰত

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ সাংসদ আব্দুল খালেকৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ

বৰপেটা চহৰক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ সাংসদ আব্দুল খালেকৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰীলৈ পত্ৰ

বৰপেটাৰ সাংসদ আব্দুল খালেকে সত্ৰ নগৰী তথা ৰাজ্যৰ এখন অতি পুৰণি চহৰ বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তুলিবলৈ কেন্দ্ৰীয় পৰ্যটন বিকাশ মন্ত্ৰী জি কিষান ৰেডডীলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ৰাজ্যৰ এখন আগশাৰীৰ সত্ৰ কেন্দ্ৰীক স্থান হিচাপে পৰিগণিত তথা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা অসমৰ সবাতোকৈ বৃহৎ কীৰ্তন ঘৰ থকা