Assam Chief Minister Himanta Biswa Sarma on Monday met Prime Minister Narendra Modi and apprised him about the border situation with Mizoram amid efforts by the central government to work out a resolution to the decades-old dispute between the states. Sarma, who is in the national capital, also met Union
Category: Top News
Ahead of 75th Independence Day, artisans of Assam Khadi and Village Industries Board (KVIB) have produced national flags in Guwahati. However, the artisans say that the production of flags decreased due to COVID-19 induced lockdown. The work of making the tricolour flag has been going on in the factory of
নৱগঠিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বডোলেণ্ড (এনএলএফবি)ৰ মুঠ ৪৬ জন সদস্যই দুদিনৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আত্মসমৰ্পণ কৰে, বিষয়াসকলে দেওবাৰে কয়।সংগঠনটোৰ ৩২ জন বিদ্ৰোহীয়ে দেওবাৰে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল, আৰু ১৪ জনে আগদিনা আত্মসমৰ্পণ কৰিছিল, তেওঁলোকে কৈছিল।এমাহৰো কম সময়ৰ ভিতৰত এনএলএফবি উগ্ৰপন্থীৰ এইটো দ্বিতীয় গণ আত্মসমৰ্পণ
অসমৰ ভূমিত আগ্রাসন চলাই শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মিজোৰামে বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাত দখল কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিলে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিৰোধীয়ে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ অভিযোগেৰে সৰৱ হৈ থকাৰ সময়তে গৃহ বিভাগৰ হৈ আজি
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বেটী বচাও অভিযানে দেশৰ প্রতিখন ৰাজ্যত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে এনে অভিযানক অস্তিত্বহীন কৰি অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷ বিধানসভাত সোমবাৰে এই ভয়ংকৰ তথ্য দাঙি