Category: Top News

Nagaon|| Juria || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়।

Nagaon|| Juria || মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ নগাঁও জিলা শাখাৰ উদ্যোগত আৰু সত্যসন্ধা আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত যোৱা ২৪আৰু২৫মেত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩১সংখ্যক আবিৰ্ভাৱ মহোৎসৱ টি নগাঁও জিলাৰ জুৰীয়া তেলিয়া বেবেজীয়াৰ নাৰায়ন প্ৰাথমিক শাখাৰ গুৰু গৃহ প্ৰাংগণত বৰ্নাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। মহাপুৰুষ জনাৰ আবিৰ্ভাৱ মহোৎসৱৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুয়োদিন গ্ৰহন

দৰঙত  ১৪৪ ধাৰা জাৰি

দৰঙত ১৪৪ ধাৰা জাৰি

মঙলদৈ পৰা মকছেদ আলিৰ ৰিপৰ্ট,১৮ মে : সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই অনুসৰি উপায়ুক্তৰ কাৰ্যালয়ত অকতৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত ধৰ্ণা অনুষ্ঠিত কৰা, ৫ জন বা ততোধিক ব্যক্তি কতৃপক্ষৰ

দৰ্শণাৰ্থীৰ বাবে বন্ধ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দৰ্শণাৰ্থীৰ বাবে বন্ধ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

মঙলদৈ, ১৮, মে’ : অহা ২০ মে’ৰ পৰা দৰ্শনাৰ্থী তথা পৰ্যটক সকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান । শুক্ৰবাৰে মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্ৰাণী) তৰফৰ পৰা এক জাননীৰ জৰিয়তে এই কথা জনোৱা হৈছে ।পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰ্যটক, দৰ্শনাৰ্থী সকলে এই সময় ছোৱাত উদ্যান খন পৰিদৰ্শন কৰিব

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী-বনৰক্ষীৰ অভিযান অসম ৰাইফলচৰ প্ৰাক্তন জোৱানসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আৰক্ষী-বনৰক্ষীৰ অভিযান অসম ৰাইফলচৰ প্ৰাক্তন জোৱানসহ তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ

মঙলদৈ পৰা মকছেদ আলিৰ ৰিপৰ্ট, ১৬ মে’: দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষাকৰ্মীয়ে কালি নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যুটীয়া অভিযান চলাই শিলবৰী অঞ্চলৰ দিশেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ আগমূহূৰ্তত অস্ত্ৰ- শস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ চিকাৰী তিনিজনৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল,এটা