Category: Top News

মৰিগাঁও   বৰঙাবাৰী 73 নং গাওঁ  পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ।

মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অগপ ৰ অন্তিম নিৰ্বাচনী কুচকাৱাজ। মৰিগাঁও বৰঙাবাৰী 73 নং গাওঁ পঞ্চায়ত অসম গণ পৰিষদে অন্তিম দিনা বৃহত্তৰ সমদলে নিৰ্বাচনী প্ৰচাৰ কৰে। এই নিৰ্বাচনী প্ৰচাৰত গাওঁৰ জেষ্ঠব্যক্তিসকলকে ধৰি যুবক -যুবতী সকলোৱে অংশগ্ৰহণ কৰে । অগপ জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিল চৌপাশ। সভানেত্ৰী পদত প্ৰতিদন্দিতা কৰিছে

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল

গহপুৰত কংগ্ৰেছ বিজেপি উভয় দলৰে বৃহৎ সমদল গহপুৰৰ বিভিন্ন অঞ্চলত ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ দুয়োটা দলেই আজি অন্তিম দিনাৰ নিৰ্বাচনী প্ৰচাৰত নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে । এই শক্তি প্ৰদৰ্শনৰ অংশ হিচাপে দুয়োটা দলেই বৃহৎ সমদল বাহিৰ কৰে। গহপুৰৰ সকলো পঞ্চায়তত বাহিৰ দুয়োটা দলেই আজি সমদল বাহিৰ কৰি ভোটাৰক

AIUDF Chief Election Campain via Helicopter.

AIUDF Chief Election Campain via Helicopter.

▶ Check out my gear on Kit: https://kit.com/guwahatitimes6 পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন। সমগ্ৰ ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দেওবাৰে জুৰীয়াত হেলিকপ্টাৰৰে উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ বদৰুদ্দিন আজমলে । সংখ্যালঘু অধ্যুষিত জুৰিয়াত আজমলে বাংলাদেশী মূর্দাবাদ ধ্বনিৰে চলালে নিৰ্বাচনী প্ৰচাৰ। সভাত বদৰুদ্দিন আজমলে অগপ ক কটাক্ষ কৰি

||VIDEO||AJYCP Torch Rally in Nagaon

||VIDEO||AJYCP Torch Rally in Nagaon

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত জোঁৰ সমদল । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া উত্তাল হৈ পৰে নগাঁও জিলা । জিলাখনৰ নগাঁও চহৰ আৰু ৰাইদঙ্গীয়াত AJYCP য়ে জোঁৰ সমদল বাহিৰ কৰাৰ বিপৰীতে কৃষ্ণাইখাট অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী

DARRANG : AGP Election campaign.

DARRANG : AGP Election campaign.

তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। দৰং জিলাৰ নামখালাত দলীয় সমৰ্থকলৈ অগপ দলে আজি বিশাল সমদল উলিয়াই শক্তি প্ৰদৰ্শন কৰে। উল্লেখ যে অহা ৫ ডিচেম্বৰ ত জিলা খনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হব। Sah Alam report, Guwahati Times.