অসমৰ খেলজগতৰ বাবে সুখবৰ। গ্ৰেট বৃটেইনৰ বাৰ্মিংহামৰ কমনৱেলথ গেমছৰ লনবলত স্বৰ্ণ পদক জয় কৰা অসমৰ নয়নমণি শইকীয়াই এইবাৰ এছিয়ান চেম্পিয়নশ্বিপতো সফলতা অৰ্জন কৰিলে ।
বড়োভূমিত তেল পানী এক কৰিবলৈ গৈ বিবুদ্ধিত ৰাজ্যিক বিজেপি ৷ বিজেপিৰ ৰণনীতি মানি নলয় বড়োভূমিত বিপিএফ, ইউ পি পি এলে ৷ কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে দিব নিজ দলৰ প্ৰাৰ্থী ৷ দুদিন
অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলিনা ডেকাৰ শেহতীয়া এটা পোষ্ট। এই পোষ্টটোক লৈ চলিছে ব্যাপক চৰ্চা। অনুৰাগীসকলেও অৱতাৰণা কৰিছে কেতবোৰ প্ৰশ্ন । কিন্তু কিয় ? প্ৰথমে চাওক এইটো পোষ্ট …
ভাৰতৰ শীৰ্ষ টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু পাকিস্তানৰ ক্ৰিকেটাৰ ছোৱেইব মালিকৰ বিবাহৰ ১২ বছৰ হ’ল আৰু এতিয়া, ইমান দিন একেলগে থকাৰ পিছত, সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে দম্পতীহালৰ মাজত
অসম আৰক্ষীৰ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে। আৰক্ষী বিষয়া গৰাকীৰ দায়িত্ব গ্ৰহণ কৰা তাৰিখৰ পৰা পৰৱৰ্তী আদেশ